Author: Desk Editor

Guwahati LS seat has highest, Diphu lowest number of voters

Guwahati LS seat has highest, Diphu lowest number of voters

The Guwahati constituency has the highest number of electorates among all the 14 Lok Sabha seats in Assam, while the Diphu constituency has the lowest number of voters who are eligible to exercise their franchise in the forthcoming general elections. As per official data, there are a total of 21,49,230

নগাঁৱৰ মৰঙ্গীয়ালৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড কামৰুজ জামানক গ্ৰেপ্তাৰৰ দাবীত নগাঁৱত প্ৰতিবাদী সমদল ।

নগাঁৱৰ মৰঙ্গীয়ালৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড কামৰুজ জামানক গ্ৰেপ্তাৰৰ দাবীত নগাঁৱত প্ৰতিবাদী সমদল ।

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা গৃহ বিভাগ এতিয়া কাৰ নিৰ্দেশত চলে ? জনতাৰ সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষীয়ে এতিয়া ব্যস্ত হত্যাকাণ্ডত জড়িত মূল অভিযুক্তক ৰক্ষণা-বেক্ষণ দিয়াত । যাৰবাবে উপায়ন্তৰ হৈ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে । নগাঁৱৰ পৰা আদিল শ্বাহ।