Author: Desk Editor

Three rhino poachers along with arms ammunition, silencer, and ultra modern scope mount arrested .

Three rhino poachers along with arms ammunition, silencer, and ultra modern scope mount arrested .

বোকাখাতৰ বহিখোৱাত বনবিভাগ-আৰক্ষীৰ যুটীয়া অভিযানত তিনি চোৰাংচিকাৰীক অস্ত্ৰসহ আটক।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনা কৰি থাকোতেই আটক দলটোক। চিকাৰীৰ দলটোৰ পৰা উদ্ধাৰ থ্ৰী নট থ্ৰী ৰাইফল এটা, এটা নাইট ভিজন বাইন’কুলাৰ, ১৫ জাঁই সজীৱ গুলী। Staff report, Guwahati Times Media.

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উপমন্যু হাজৰিকাই সংবাদ মেল

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উপমন্যু হাজৰিকাই সংবাদ মেল

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উপমন্যু হাজৰিকাই সংবাদ মেল সম্বোধন কৰি স্পষ্ট ভাবে কয় যে ” খিলঞ্জীয়া সকলে পাইছে পুনৰ এবাৰ প্ৰতিশ্ৰুতিহে”। মাটি থাকিলেহে জাতি থাকিব আৰু জাতি থাকিলেহে ভাষা-সংস্কৃতি থাকিব । সাধাৰণ মানুহৰ বাবে চাকৰি,চৰকাৰী সা-সুবিধাই মুল ৰক্ষা কৱচ । খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে ৩টা পদক্ষেপ অনিবাৰ্য – ১) ১৯৫৭

DFO’s car attacked by miacreants..!!

DFO’s car attacked by miacreants..!!

নগাঁও জিলাৰ বুঢ়াচাপৰি অভয়াৰণ্যত ডি এফ অৰ গাড়ীত আক্ৰমন ৷ অভয়াৰণ্যৰ লাঠিমাৰী চৰত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে ডি এফ অ জিতেন্দ্ৰ কুমাৰৰ গাড়ীত ৷ অভয়াৰণ্যত নিজৰ কৰ্তব্য পালন কৰি থকা অৱস্হাত দুষ্কৃতিকাৰীয়ে আক্ৰমন কৰি লণ্ডভণ্ড কৰে ডি এফ অৰ গাড়ীত ৷ লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যৰ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ জাননীৰ পিছতেই দুষ্কৃতিকাৰীৰ আক্ৰমণৰ

Sachin Tendulkar’s coach Ramakant Achrekar passes away

Sachin Tendulkar’s coach Ramakant Achrekar passes away

Ramakant Achrekar, the celebrated cricket coach credited for discovering Sachin Tendulkar, died Wednesday. He was 87 and, according to a family member, had been battling old age-related ailments for the past few days. “He (Archrekar Sir) is no more with us. He passed away this evening,” his kin Rashmi Dalvi