Train to Assam goes without engine for 2km in West Bengal. Passengers on board the Assam-bound Bengaluru-Tinsukia weekly superfast express had a close shave when the engine got detached from its 21 coaches and travelled nearly 2km on its own as the coaches stopped near Madarihat. Staff report, Guwahati Times.
Author: Desk Editor
Ugratara Temple’s Metallic Lamp Recovered from a scrap yard in Chabipul, Guwahati. Police is yet to find the Main Idol. Police said, thieves have admitted of throwing idol into Brahmaputra River. Police are yet to acknowledge the truth.
Xiaomi Redmi Note 6 Pro, the newest mid-range smartphone from the Chinese smartphone maker, went on its first sale today at 12:00PM IST. The company confirmed that it sold 600,000 units of Redmi Note 6 Pro during the first sale and announced that it will hold second sale at 3:00PM.
নগাঁও চহৰৰ হয়বৰগাঁও ৰেল ষ্টেচনৰ সমীপতে আজি দুপৰীয়া প্ৰায় ১.৩০ বজাত ৰেল আলিত এগৰাকী মহিলাৰ মৃতদেহ ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে। নিহত মহিলা গৰাকীক বাতৰি যুগুটুৱা সময়লৈকে চিনাক্ত কৰিব পৰা নাই আৰু মহিলা গৰাকীয়ে আত্মহত্যা কৰিছেনে দুৰ্ঘটনাবশত: ৰেলে কাটিছে ই ৰেল আৰক্ষীৰ তদন্তত প্ৰকাশ পাব। সম্প্ৰতি ৰেল আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে
নগাঁৱৰ ছিলঙনীত বন্যহস্তীৰ সন্ত্ৰাস । খেদি পঠিওৱাত ব্যৰ্থ বন বিভাগ । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা দুই বন্যহস্তীয়ে সন্ত্ৰাস চলালে নগাঁৱৰ ছিলঙনী অঞ্চলত । লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা বন্যহস্তী দুটাই নগাঁৱৰ ছিলঙনী অঞ্চলৰ লগতে ভকতগাঁও , চলচলি আদিকে ধৰি কেইবাখনো গাঁৱৰ পথাৰৰ ধান খেতি খাই তহিলং কৰে