নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৭০ টা জাতীয় সংগঠনে জোনাইৰ পৰা আৰম্ভ কৰা সংকল্প যাত্ৰা আজি গহপুৰত উপস্থিত হয়। উল্লেখযোগ্য যে সংকল্প যাত্ৰাৰ আজি তৃতীয় দিন। এই যাত্ৰাৰ নেতৃত্ব দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা বেদান্ত লস্কৰ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ-সভাপতি হেমচন্দ্ৰ গোস্বামীয়ে । Madhab Sarma report, Guwahati
Author: Desk Editor
নগাঁও জিলা জুৰীয়াৰ পূজা বাৰীত মৃন্ময় মূৰ্তি ভঙাক লৈ চাঞ্চল্য ৷ নগাঁও জিলাৰ জুৰীয়াৰ ষ্টেচন ৰোড পূজা বাৰীত যোৱা নিশা কোনো অজ্ঞাত লোকে প্ৰৱেশ কৰি মন্দিৰত থকা মৃন্ময় মূৰ্তি সমুহ ভাঙি পেলোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ পঞ্চায়ত নিৰ্বাচনৰ আগত এই মূৰ্তি সমুহ ভাঙি অঞ্চলটোত কোনে কি বিষবাষ্প বিয়াপাব
#KirronKher & #KaranJohar SLAMMED For INSULTING Assam & Arunachal Culture On TV Show #IndiaGotTalent. Watch it all in the video. via: Bolly Now.
এইবাৰ মৃত নৱজাতক নহয় । চুৱাপাতনিত উদ্ধাৰ হৈছে জীৱিত নৱজাতক । নগাঁৱৰ টাউন তেলীয়াগাঁৱত এই ঘটনা । মণিৰাম নাথ নামৰ লোকজনৰ ঘৰৰ চুৱাপাতনিত উদ্ধাৰ হয় এই নৱজাতকটি । ক্ৰন্দন শুনি নৱজাতকটিক উদ্ধাৰ কৰি গাঁওবুঢ়াৰ উপস্থিতিত আৰক্ষীক চমজাই দিয়ে মণিৰাম নাথৰ পৰিয়াল আৰু প্ৰতিৱেশী একাংশ লোকে । সম্প্ৰতি চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা
কামাখ্যা ৰেল ষ্টেচনত নুৰ হুছেইন আৰু সাদেক আলি নামৰ দুজন গ্ৰেপ্তাৰ। কামাখ্যা ৰেল ষ্টেচনত ৰাতিপুৱাই RPF য়ে অভিযান হঠাৎ অভিযান চলায়। অভিযানত আটক নিচাজাতীয় টেবলেট ৰ সৈতে দুজন যুৱক। দীৰ্ঘদিন ধৰি ৰেল যাত্ৰীক টেবলেট খোৱাই লুত পাত চলাই আছিল চলন্ত ৰেলত। গোপন সূত্ৰৰ পম খেদি আটক কৰে নুৰ হুছেইন আৰু