Advertisement

Author: Desk GT News

কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সংহত কাৰ্যালয়ৰ নতুন ঠিকনা হ’ব ৰূপনগৰ, নিৰ্মাণকাৰ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সংহত কাৰ্যালয়ৰ নতুন ঠিকনা হ’ব ৰূপনগৰ, নিৰ্মাণকাৰ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

কাছাৰীৰ পাছত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয় স্থানান্তৰ হৈছিল হেঙেৰাবাৰীলৈ। বৰ্তমানেও অস্থায়ীভাৱে হেঙেৰাবাৰীৰ পৰাই চলি আছে জিলা আয়ুক্তৰ কাৰ্যালয়I সম্পূৰ্ণ দুটা বছৰৰ পাছত আকৌ স্থায়ী ঠিকনাৰ বাবে সাজু হৈছে কামৰূপ