নগাঁও আইন মহাবিদ্যালয়ৰ উদ্যোগত সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে সংবিধান দিৱস উদযাপন কৰা হয় । এই উপলক্ষে আইন মহাবিদ্যালয় কৰ্তৃপক্ষই নগাঁৱৰ গুণাভিৰাম বৰুৱা প্ৰাথমিক বিদ্যালয় , মহেন্দ্ৰ বৰুৱা প্ৰাথমিক বিদ্যালয় আৰু দক্ষিণ হয়বৰগাঁৱৰ কলংপাৰ প্ৰাথমিক বিদ্যালয়ত আইন সজাগতা অনুষ্ঠানৰ আয়োজন কৰে । এই সংবিধান দিৱসৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতাও
Author: Md Elias Ali
নগাঁৱতো গণ সত্যাগ্ৰহ কাৰ্যসূচী । নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী । ৭০ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ প্ৰবল প্ৰতিবাদ । বিধেয়ক বাতিল নকৰিলে তীব্ৰ আন্দোলনৰ ভাবুকি ।
North Sentinel Island is one of the Andaman Islands, which includes South Sentinel Island, in the Bay of Bengal. It is home to the Sentinelese who, often violently, reject any contact with the outside world, and are among the last uncontacted peoples to remain virtually untouched by modern civilisation.
AGP Election Candidates seen dancing Bihu and meeting people of their area : new technique for vote.
নগাঁৱত অগপৰ প্ৰাৰ্থীয়ে ভোটাৰৰ ভৰিত ধৰি – বিহু মাৰি চলাইছে নিৰ্বাচনী প্ৰচাৰ । পঞ্চায়ত নিৰ্বাচন সমাগত । এই গ্ৰাম্য নিৰ্বাচনটোত জয়লাভ কৰিবলৈ ভিন ভিন ৰাজনৈতিক দলে প্ৰস্তুত কৰিছে সুকীয়া ৰণনীতি । ভোটাৰৰ মন আকৃষ্ট কৰিবলৈ বিভিন্নজনে আশ্ৰয় লৈছে বিভিন্ন পন্থাৰ । নগাঁৱৰ ডাকৰঘাট পঞ্চায়তৰ অগপৰ প্ৰাৰ্থীসকলে ভোটাৰৰ মন জয় কৰিবলৈ