Author: Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam
নগাঁৱৰ জাজৰিত পথ দূঘটনা।

নগাঁৱৰ জাজৰিত পথ দূঘটনা।

নগাঁৱৰ জাজৰিত পথ দূঘটনা। জানিব পৰা মতে জাজৰি বগৰিগুৰী পৰা আহিছিল গাড়ী খন। এখন ব‌্যৱসায়ী দোকানত খুন্দা মৰে AS-12V-3704 নম্বৰৰ বাহন খনে। খুন্দা মৰাৰ ফলতে দুজন লোক গুৰুত্বৰ ভাৱে আহত হয়। জানিৱ পৰা মতে আহত সকলক গুৱাহাটীলৈ প্ৰেৰণ কৰিছে।

BJP Election campaining starts in Gohpur.

BJP Election campaining starts in Gohpur.

গহপুৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ | ৰাজ্যৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ মাজত ব্যাপক তৎপৰতা আৰম্ভ হৈছে । গহপুৰৰ বিধায়ক উৎপল বৰাৰ উপস্থিতিত আজি টকৌবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত টকৌবাৰী চেন্টাৰ প্ৰাংগনত ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী কাৰ্যালয় উন্মোচন কৰাৰ লগতে গহপুৰৰ প্ৰথমখন নিৰ্বাচনী সভা আয়োজন কৰে ।