পাতি লোৱা ভায়েক বিশাল ফুকনে ৰাণীৰ দৰে ৰাখিছিল চুমি বৰাক। CBI তদন্তত পোহৰলৈ আহিছে চুমি বৰাৰ বাবে কিদৰে লাখ-লাখ টকা খৰচ কৰিছিল বিশাল ফুকনে। কিদৰে চুমিৰ বাবে বহিঃৰাষ্ট্ৰৰ পৰা লাখটকীয়া সামগ্ৰী কিনিছিল বিশালে। ২০২৩ৰ পৰা চুমিৰ একাউণ্টলৈ টকা পঠিয়াইছিল বিশালে ফুকনে। সঘনে চুমিৰ একাউণ্টত সোমাইছিল লাখ-লাখ টকা। চুমিৰ একাউণ্টলৈ এবাৰত
Author: Md Elias Ali
জম্মু কাশ্মীৰৰ পেহেলগামত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। পেহেলগামৰ এই নৰসংহাৰত ২৮ জনকৈ পৰ্যটকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত ২৬ গৰাকী পৰ্যটক হিন্দু আৰু এজন ইজৰাইলী আৰু আন এজন ইটালীৰ নাগৰিকৰ মৃত্যু হৈছে। মুম্বাইৰ ভয়ংকৰ ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ দৰেই সংঘটিত হয় এই পেহেলগামৰ জঘন্য সন্ত্ৰাসবাদী আক্ৰমণ। কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ আক্ৰমণ? সন্ত্ৰাসবাদী অতৰ্কিতে
এতিয়াৰে পৰা কাৰাগাৰৰ ভিতৰতেই স্ত্ৰীৰ সৈতে স্বামীয়ে শাৰীৰিক মিলনৰ সুবিধা পাব৷ কাৰাগাৰৰ সমূহ বন্দীয়েই এই সুযোগ লাভ কৰিব৷ শুকুৰবাৰে তেনে এক সংগম কক্ষৰ উদ্বোধন কৰা হৈছে ইটালীত৷ ইটালীৰ বিচাৰ ব্যৱস্থাত বন্দীসকলৰ পত্নী বা লিভ ইনত থকা সংগীৰ সৈতে ব্যক্তিগত আৰু অন্তৰংগ সাক্ষাতৰ অধিকাৰৰ স্বীকৃতি পূৰ্বেই দিয়া হৈছিল৷ আদালতৰ ৰায়ৰ পাছত
গুৱাহাটী , ৭ এপ্ৰিল ঃ ৪ ৰ পৰা ৬ এপ্ৰিললৈ দিছপুৰৰ ৰুদ্ৰ সিংহ ৰোল বল ফিল্ডত অনুষ্ঠিত হয় পঞ্চম জুনিয়ৰ আৰু ছুপাৰ মিনি ৰোল বল আন্তঃজিলা চেম্পিয়নশ্বিপ । দেওবাৰে বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ প্ৰাক্তন যুটীয়া সম্পাদক প্ৰণৱ শইকীয়া, গুৱাহাটী ৰোল বল সন্থাৰ সভাপতি দীপক নাথ, অসম
তুলসী বুলিলেই প্ৰতিজন মানুহৰ মনত এক বিশেষ মনোভাৱ জাগ্ৰত হয়। হিন্দু ধৰ্মত তুলসীৰ বিশেষ গুৰুত্ব আছে। মানুহৰ শৰীৰৰ বাবেও তুলসী অতি প্ৰয়োজনীয়। কাতি অৰ্থাৎ কঙালীবিহুত অসমত প্ৰতিজন অসমীয়াই নিজৰ ঘৰত থকা তুলসী গছ জোপাৰ তলত চাকি জ্বলাই সেৱা কৰে। অৰ্থাৎ আমাৰ ধৰ্মীয় ক্ষেত্ৰখনতো তুলসীৰ বিশেষ গুৰুত্বতা আছে। সকলোৰে ঘৰতে তুলসী