Author: Md Elias Ali
মঙলদৈ, ৬ জুলাই : অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ উদ্যোগত আৰু মঙলদৈ পৌৰ সভাৰ সহযোগত আজি মহিলা বজাৰ খন উন্মোচন হল মঙ্গলদৈ চহৰৰ মাজ মজিয়াৰ বৰপুখুৰীপাৰত । প্ৰতি শনিবাৰে অনুষ্ঠিত হব লগা বজাৰৰ শুভ উদ্বোধন কৰে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে । বিধায়ক দাসৰ প্ৰচেষ্টাত পোন প্ৰথমবাৰৰ বাবে মঙ্গলদৈ চহৰত উন্মোচিত
নলবাৰীঃবিয়াৰ যৌতুকৰ বাবে নিৰ্যাতনৰ বলি হৈ অহা এগৰাকী নৱবিবাহিতা বোৱাৰীক কেৱল নিৰ্যাতন কৰাই নহয় হত্যা পৰ্যন্ত কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল স্বামী, শাহু, ননদ তথা দেওৰেকে। উক্ত ঘটনাটো সংঘটিত হৈছিল নলবাৰী জিলাত । ২০০৮ চনতে সংঘটিত হোৱা এই যৌতুকজনিত হত্যাকাণ্ডৰ ৰায় অৱশেষত নলবাৰী সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতে প্ৰদান কৰে ।
এতিয়াও অব্যাহত আছে মানুহ বেচা কিনা কৰা এখন বজাৰ। শুনিবলৈ আচৰিত হ’লেও এই কথাই সঁচা। ১০ৰ পৰা ২০ হেজাৰ টকাতেই বেচা কিনা হয় মানুহ। বিশ্বনাথৰ বিহালীৰ এগৰাকী যুৱতীক এনে এখন বজাৰৰ পৰা উদ্ধাৰ কৰি অনাৰ পিছতে উন্মোচিত হৈছে এই কাহিনী। ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰিচয়েৰে প্ৰৱেশ কৰা ব্ৰিটিছৰো পূৰ্বেই দক্ষিণ পূব
A SpiceJet aircraft, which was stuck on the runway at Mumbai International Airport since Tuesday, was finally pulled out on runway surface on Thursday night. The flight overshot the main runway on July 2 while landing amid heavy rain and got stuck at the end of it. All passengers of the