Author: Jenifer

এবিপি নিউজ–চি ভোটাৰৰ অপিনিয়ন পলঃ ৬৮–৭৬ আসন লাভেৰে ৰাজ্যত পুনৰ বিজেপি চৰকাৰ

এবিপি নিউজ–চি ভোটাৰৰ অপিনিয়ন পলঃ ৬৮–৭৬ আসন লাভেৰে ৰাজ্যত পুনৰ বিজেপি চৰকাৰ

 দেশৰ নির্বাচন আয়োগে অসমসহ পাঁচ ৰাজ্য–কেন্দ্রীয়শাসিত অঞ্চলৰ বিধানসভা নির্বাচন ঘোষণা কৰাৰ পাছতেই শনিবাৰে ‘এ বি পি নিউজ–চি ভোটাৰ’–এ অপিনিয়ন পল প্রকাশ কৰিছে৷ এই অপিনিয়ন পল অনুসৰি মুঠ ১২৬খন আসনবিশিষ্ট অসম বিধানসভাৰ ৬৮–৭৬ আসন লাভ কৰি ৰাজ্যত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব৷ ইয়াৰ বিপৰীতে ক্ষমতা দখলৰ সপোন দেখা কংগ্রেছ ৪৩–৫১খন আসনতে

মহাজোঁটৰ হাতত ধৰি নির্বাচন খেলিমঃ হাগ্রামা

মহাজোঁটৰ হাতত ধৰি নির্বাচন খেলিমঃ হাগ্রামা

দেশৰ নির্বাচন আয়োগে বিধানসভা নির্বাচনৰ অধিসূচনা জাৰি কৰাৰ পাছতেই দীর্ঘদিন ধৰি চলি অহা চর্চা, জল্পনা–কল্পনাৰ অৱসান ঘটাই হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে আনুষ্ঠানিকভাৱে মহাজোঁটৰ অংশীদাৰ হোৱাৰ বিষয়ে ঘোষণা কৰিছে৷ বি পি এফৰ সভাপতি মহিলাৰীয়ে শনিবাৰে টুইটাৰযোগে এই কথা প্রকাশ কৰে৷ টুইটাৰত তেওঁ উল্লেখ কৰা অনুসৰি শান্তি, ঐক্য আৰু

১ মার্চত অসমলৈ আহিব প্রিয়ংকা গান্ধী; লখিমপুৰত মত বিনিময়, তেজপুৰত জনসভা

১ মার্চত অসমলৈ আহিব প্রিয়ংকা গান্ধী; লখিমপুৰত মত বিনিময়, তেজপুৰত জনসভা

অহা ১ মার্চত অসমত নির্বাচনী প্রচাৰ চলাবলৈ আহিব কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধী৷ সেইদিনাখন তেওঁ লখিমপুৰ জিলাত সোৱণশিৰিৰ এখন গাঁৱত স্থানীয় ৰাইজ আৰু নিবনুৱাসকলৰ সৈতে এক মত বিনিময় কার্যসূচীত অংশগ্রহণ কৰিব৷ তাৰ পাছতেই তেওঁ লেতেকুপুখুৰীস্থিত মহাপুৰুষ শ্রীশ্রীমাধৱদেৱৰ জন্মস্থানলৈ যাব৷ ইয়াৰ পাছতেই তেওঁ তেজপুৰলৈ আহি এখন জনসভাত অংশগ্রহণ কৰিব৷ কংগ্রেছ নেত্রী গান্ধীয়ে

Job mela organised in Hyderabad for women

Job mela organised in Hyderabad for women

Hyderabad City Police Commissioner Anjani Kumar on Saturday inaugurated ‘Exclusive Job Mela for Women’ organised by the ‘She Team Hyderabad city‘ under its initiative ‘Empower her’ in partnership with the TMI Foundation. The Job Mela aims to provide job opportunities to over 3,000 women job seekers in over 35 companies.

সোণাৰিত হৃদ ৰোগত আক্রান্ত ফুলকুমলীয়া শিশুৰ চিকিৎসাৰ দায়িত্ব ল’লে স্বাস্থ্যমন্ত্রীয়ে

সোণাৰিত হৃদ ৰোগত আক্রান্ত ফুলকুমলীয়া শিশুৰ চিকিৎসাৰ দায়িত্ব ল’লে স্বাস্থ্যমন্ত্রীয়ে

কেইবাটাও চৰকাৰী আঁচনিৰ শুভাৰম্ভ কৰাৰ মানসেৰে আজি চৰাইদেউ জিলাৰ সদৰ সোণাৰিত উপস্থিত হোৱা অসম চৰকাৰৰ স্বাস্থ্য, বিত্ত, লোকনির্মাণ, শিক্ষা আদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পুনৰ প্রদর্শন কৰিলে মহানুভৱতা আৰু মানৱীয়তাৰ নিদর্শন৷ সোণাৰিৰ ৰজাপুখুৰীত চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ ভূমিপূজন অনুষ্ঠানৰ সভা সমাপ্ত হোৱাৰ পাছত যেতিয়া তেওঁ মঞ্চৰ পৰা নামি আহে,