মহানগৰীৰ পাণ্ডু বিবিচি কলনীক কণ্টেইনমেণ্ট জ’ন

0 min read

মহানগৰীৰ পাণ্ডু মালিগাঁও অঞ্চলৰ কিছু ঠাইত উদ্বেগজনকভাৱে দ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা৷ পাণ্ডু বি বি চি কলনীত পৰিলক্ষিত হৈছে ক’ভিডৰ এই ভয়ংকৰ ৰূপ৷ যোৱা দুদিনত ১০জনকৈ লোকৰ দেহত ক’ৰোনাৰ অৱস্থিতি ধৰা পৰাৰ লগে লগে আজি কলনীটোৰ এটা অংশ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হয়৷ জানিব পৰা মতে, জিলা প্রশাসন আৰু স্বাস্থ্য িবভাগৰ এটা দল আহি ৭ দিনৰ ােব কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে অঞ্চলটো৷ এই সময়ছোৱাত কলনীটোৰ ভিতৰত অকর্তৃত্বশীল প্রৱেশ তথা প্রস্থান নিষিদ্ধ কৰা হৈছে৷ মন কৰ্বিলগীয়া কথা যে গুৱাহাটী মহানগৰীত কিছু দিনৰ পৰা ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা দ্ধি পোৱাক লৈ চিন্তিত হৈ পৰিছে কামৰূপ মহানগৰ জিলা প্রশাসন৷

You May Also Like

More From Author