28.2 C
Assam
Saturday, May 21, 2022

Featured News

হাতীগাঁৱত ভুৱা কল চেণ্টাৰ উৎখাত – ১৫ জনক আটক

বুধবাৰে নিশা হাতীগাঁও অঞ্চলত এটা ভুৱা আন্তঃৰাষ্ট্ৰীয়...

Arunachal Pradesh: Landslides in Itanagar

Incessant rainfall has wreaked havoc in Arunachal...

পিচ দুৱাৰেদি KAC ৰ শপত গ্ৰহণ : KAC কলৈ বিস্ফোৰক অভিযোগ বিশ্বজিৎ ৰায়ৰ

Assamese Newsপিচ দুৱাৰেদি KAC ৰ শপত গ্ৰহণ : KAC কলৈ বিস্ফোৰক অভিযোগ বিশ্বজিৎ ৰায়ৰ
কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ শপত গ্ৰহণক লৈ আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ৰ ক্ষোভ । আদালতৰ ৰায়ক অৱমাননা কৰি চৰকাৰখনে পলাই পিচ দুৱাৰেদি অবৈধভাৱে শপত গ্ৰহণ কৰালে । পৰিষদৰ দায়িত্বত থকা বিশেষ দুজন ব্যক্তিৰ লগতে আন কেইবাজনো লোক KAC ৰ বাহিৰৰ লোক বুলি বিস্ফোৰক অভিযোগ তুলিছে বিশ্বজিৎ ৰায়ে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: