নিউজ ব্যুৰ’,নগাঁও,১৩জুলাই :–“মৰিগাঁও জিলাৰ জাগীৰোডত অহা ৩আগষ্টত স্থাপন হ’বলগীয়া ২৭হাজাৰ কোটি টকা ব্যয় সাপেক্ষে টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পুজন কৰিম আৰু দুবছৰৰ ভিতৰত এই প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব।” আজি জাগীৰোডৰ সমীপৰ জোনবিলত এই ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আমি ভাৰত পাঁচশ কোটি টকাৰ এখন আঁচনি দি
Category: Assamese News
এছ বি আইৰ দিছপুৰ শাখাৰ উপ-প্ৰৱন্ধক আটক। দিছপুৰ আৰক্ষীৰ দ্বাৰা আটকাধীন বেংক বিষয়াজনৰ নাম গুলেনুৰ হুছেইন। ভৱধৰ দত্ত নামৰ অৱসৰপ্ৰাপ্ত এজন ডিআইজিৰ ২৬লাখ টকা জালিয়াতিৰে আত্মসাৎ কৰাৰ অভিযোগত আটক বেংক বিষয়াজন। শনিবাৰে সন্ধিয়া তেওঁক আটক কৰা হয় সাতগাঁৱৰ ছাইন হেভেন এপাৰ্টমেণ্টৰ নিজা ফ্লেটৰ পৰা। উল্লেখ্য, অৱসৰপ্ৰাপ্ত ডিআইজিজনৰ এই বৃহৎ অংকৰ
“জাহাঙ্গীৰ হত্যাকাণ্ডৰ হত্যাকাৰী বিচাৰি তদন্তৰ নামত বাস্তৱিকতে কৰিছে কি ? প্ৰথমে আৰক্ষী তাৰপাছত অপৰাধ অনুসন্ধান বিভাগ। তেওঁলোকে গোচৰটো কি কৰিব বিচাৰিছে ধৰিব পৰা নাই।কেৱল ঘৰৰ মানুহখিনিকে জেৰা কৰি আছে।যদি ঘৰৰ খিনিকে সন্দেহ কৰি আছে তেন্তে ঘৰৰ সকলোকে মাৰি পেলাওক।মই সেয়াই আহ্বান জনাইছো। ইমান শাস্তি দিব নাপাই।” ঢকুৱাখনাৰ জাহাংগীৰ হুছেইন হত্যাকাণ্ড
উত্থাপিত অভিযোগ অনুসৰি খনামুখ চিন্তামণি গড়লৈ বলিয়াঘাটৰ পৰা ধৰ্মীয় প্ৰচাৰৰ উদ্দেশ্যৰে অহা ধৰ্মীয় প্ৰচাৰ দলৰ এজন যুৱকে নিশা এগৰাকী নাবালিকাৰ বাসগৃহত গোপনীয় ভাৱে প্ৰৱেশ কৰে। নিশাভাগত গোপনীয় ভাৱে প্ৰৱেশ কৰা যুৱক জনে ঘৰৰ মুৰব্বী নথকাৰ সুযোগ গ্ৰহণ কৰি নাবালিকা গৰাকীক মুখত অপহৰণৰ চেষ্টা চলায়। আন সদস্য আৰু নাবালিকাৰ চিঞৰ-বাখৰত কোনোমতে
– বটদ্ৰৱা আমলখি গাঁৱৰ জিয়াউৰ ৰহমান নামৰ ব্যক্তি গৰাকীৰ পৰা পিষ্টল উদ্বাৰ কৰে বটদ্ৰৱা আৰক্ষীয়ে। – ধৃত জিয়াউৰ ৰহমানে ডিমাপুৰৰ পৰা পিষ্টল ক্ৰয় কৰি আনিছিল বুলি জানিব পৰা গৈছে । – বটদ্ৰৱা আৰক্ষীয়ে ধৃত জিয়াউৰ ৰহমানক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে । ধিঙৰ পৰা সুৰুজ আলী।