Category: Assamese News

টীয়কত দিন ডকাইত!!

টীয়কত দিন ডকাইত!!

টীয়কত সংঘটিত এক দিন ডকাইতৰ ঘটনাই সমগ্ৰ নগৰখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।জানিব পৰা মতে টীয়ক নগৰৰ মাজমজিয়াস্থিত এচ বি আইৰ শাখাৰ তলৰ থকা এ টি এম চেন্টাৰৰ পৰা এটিএম কাৰ্ড সলনি

পবিত্ৰ হজ যাত্ৰাৰ বাবে সাজু গোঁসাইগাঁৱৰ 35 গৰাকীকৈ যাত্ৰী।

পবিত্ৰ হজ যাত্ৰাৰ বাবে সাজু গোঁসাইগাঁৱৰ 35 গৰাকীকৈ যাত্ৰী।

আৰম্ভ হ’ল ইছলামধৰ্মীয় লোকসকলৰ পবিত্ৰ হজ যাত্ৰা। বৰঝাৰ বিমানবন্দৰৰ পৰা আন্তৰাষ্ট্ৰীয় বিমান যোগে পবিত্ৰ মদিনালৈ যাত্ৰা কৰাৰ উদ্দেশ্যে অসমৰ বহুকেইখন জিলাৰ প্ৰায় 6402 গৰাকী হজযাত্ৰী সাজু হৈছে। ৰাজ্যৰ ভিন্ন জিলাৰ

মৰিগাঁৱৰ মিলনপুৰত ড্ৰাগছ লৈ থকা অৱস্থাত তিনি যুৱকক স্থানীয় ৰাইজে ধৰি চমজায় দিয়ে আৰক্ষীক

মৰিগাঁৱৰ মিলনপুৰত ড্ৰাগছ লৈ থকা অৱস্থাত তিনি যুৱকক স্থানীয় ৰাইজে ধৰি চমজায় দিয়ে আৰক্ষীক

মৰিগাঁৱৰ মিলনপুৰত ড্ৰাগছ লৈ থকা অৱস্থাতে আজি পুৱাই মিলনপুৰ হিলফুল যুৱ সিমিতিয়ে তিনিজনকৈ ড্ৰাগছ আসক্ত যুৱকক হাতেলুতে ধৰিবলৈ সক্ষম হয় যদিও কেইবাজনো যুৱক পলায় যায়। উদ্ধাৰ হোৱা যুৱক কেইজন ক্ৰমে

11KV বৈদ্যুতিক তাঁৰত স্পৰ্শ কৰি আত্মহননৰ চেষ্টা এজন যুৱকৰ ।

11KV বৈদ্যুতিক তাঁৰত স্পৰ্শ কৰি আত্মহননৰ চেষ্টা এজন যুৱকৰ ।

➡️11KV বৈদ্যুতিক তাঁৰত স্পৰ্শ কৰি আত্মহননৰ চেষ্টা এজন যুৱকৰ । ➡️ ঘটনাটো সংঘটিত হৈছে মৰিগাঁৱৰ ঔজাৰিত । ➡️ স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি মৰিগাঁও ঔজাৰিৰ পথত এখন মাছৰ বাহনত দুজন মান

তামোল পাণৰ ক্ষুদ্র ব্যৱসায়ৰ পৰা শ্বপিং মললৈ এক বৰ্ণিল যাত্রা; স্বাৱলম্বিতাৰ এক নিদৰ্শন ডাঙি ধৰিলে মঙলদৈ নগৰবাহীৰ দুই ভাতৃয়ে

তামোল পাণৰ ক্ষুদ্র ব্যৱসায়ৰ পৰা শ্বপিং মললৈ এক বৰ্ণিল যাত্রা; স্বাৱলম্বিতাৰ এক নিদৰ্শন ডাঙি ধৰিলে মঙলদৈ নগৰবাহীৰ দুই ভাতৃয়ে

মঙলদৈ চহৰৰ নিকটৱৰ্তী নগৰবাহী তিনিআলি চ’কৰ গছৰ তলত বাঁহৰ চাঙত তামোল পাণ, চকলেট ,কেঁচা বুট-মুগুৰ দোকানেৰে যাত্ৰা আৰম্ভ কৰিছিল চিৰাজুল নামৰ কিশোৰটিয়ে ৮০ দশকতে | তাৰ পিছত বিশিষ্ট গীতিকাৰ,সাহিত্যিক ড০