ওদালগুৰি জিলাৰ অন্তৰ্গত মাজুলি চাহ বাগিছাৰ শিৱ মন্দিৰত শিৱ পূজন, কলহ যাত্ৰা আৰু লগতে জলাভিষেকৰ অনুষ্ঠানৰ আয়োজন কৰা হয় | উক্ত অনুষ্ঠানটিৰ লগত সংগতি ৰাখি মন্দিৰ প্ৰাঙ্গনত ধৰ্ম্মধজ্বা প্ৰতিষ্ঠা কৰে
Category: Assamese News
প্ৰায় ১৭ কৌটি ব্যয়ৰে নিৰ্মাণ হৈ থকা ভাৰত-ভূটান সীমান্তৱৰ্তী ননৈ নদীৰ শৈল জালিবান্ধ পৰিদৰ্শন কৰে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুজ হাজৰিকা | লগতে সাংসদ দিলীপ শইকীয়া,বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী,বিধায়ক
নিউজ ব্যুৰ’,নগাঁও,১৬মে’:–নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী “সৃষ্টি”ৰ উদ্যোগত আয়োজিত ২০সংখ্যক “বসন্ত উৎসৱ”টি যোৱা নিশা অনুষ্ঠিত হৈ যায় । উৎসৱৰ লগত সংগতি ৰাখি আয়োজিত সাংস্কৃতিক কাৰ্যসূচীত দৰ্শক ৰাইজে বিপুল সঁহাৰি জনায়
নিউজ ব্যুৰ’,নগাঁও,১৬মে’:–নগাঁও জিলাৰ জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত সৰুভগীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত SI জোনমণি ৰাভাৰ কৰুণভাৱে মৃত্যু হয় । প্ৰাপ্ত বাতৰি মতে জোনমণি
নগাঁৱৰ কলিয়াবৰত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হয় আৰক্ষী বিষয়াগৰাকীৰ । সৰুভগীয়াৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা । নগাঁৱৰ মৰিকলং থানাৰ ভাৰপ্রাপ্ত বিষয়া হিচাপে কৰ্মৰত আছিল SI ৰাভা