Category: Assamese News

নুনমাটিৰ পৰা নিৰুদ্দেশ হোৱা তিনি ছাত্ৰীক পশ্চিমবঙ্গত উদ্ধাৰ…

নুনমাটিৰ পৰা নিৰুদ্দেশ হোৱা তিনি ছাত্ৰীক পশ্চিমবঙ্গত উদ্ধাৰ…

নুনমাটিৰ পৰা নিৰুদ্দেশ হোৱা তিনি ছাত্ৰীক উদ্ধাৰ কৰিছে নুনমাটি আৰক্ষীয়ে। নুনমাটি আৰক্ষীয়ে পশ্চিমবঙ্গৰ নিউ জপাইগুড়ি ৰেল ষ্টেচনৰ পৰা উদ্ধাৰ কৰি বুধবাৰে পুৱতি নিশা ছাত্ৰী তিনিগৰাকীক নুনমাটি আৰক্ষী থানালৈ লৈ অহা হৈছে। উল্লেখ্য যে সোমবাৰে ঘৰৰ পৰা স্কুললৈ যোৱাৰ পথত সন্ধানহীন হৈছিল অষ্টম শ্ৰেণীৰ তিনিগৰাকী ছাত্ৰী। ছাত্ৰী তিনিগৰাকী ক্ৰমে নুনমাটি নেপালী

আকৌ ভাৰতে ৰচিব ইতিহাস! চন্দ্ৰযান-৪ৰ বাবে সাজু ইছৰো

আকৌ ভাৰতে ৰচিব ইতিহাস! চন্দ্ৰযান-৪ৰ বাবে সাজু ইছৰো

প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ২০২৩ৰ ২৩আগষ্ট দিনটো আছিল বিশেষ। সেই দিনটোতে চন্দ্ৰযান-৩এ চন্দ্ৰ দক্ষিণ প্ৰান্তত অৱতৰণ কৰি এক ইতিহাস ৰচনা কৰিছিল। চন্দ্ৰৰ অতিকৈ দুৰ্গম দক্ষিণ প্ৰান্তত সফল অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশৰ স্বীকৃতি পাইছিল ভাৰতে। চন্দ্ৰযান ৩ৰ সফল অভিযানৰ পিছত এই ইছৰো সাজু হৈছে চন্দ্ৰযান-৪ৰ বাবে। ইছৰোৰ অধ্যক্ষ এছ সোমনাথে এই

বৰ্ষীয়ান ৰাজনীতিক লালকৃষ্ণ আদৱানি অসুস্থ

বৰ্ষীয়ান ৰাজনীতিক লালকৃষ্ণ আদৱানি অসুস্থ

বৰ্ষীয়ান ৰাজনীতিক লালকৃষ্ণ আদৱানি অসুস্থ। দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছে লালকৃষ্ণ আদৱানিক। আজি পুৱাৰ ভাগত ভৰ্তি কৰোৱা হৈছে এইমছত। দেশৰ প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানি। চিকিৎসকৰ নিৰীক্ষণত আছে বৰ্ষীয়ান নেতাজন। বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জনাইছে চিকিৎসকে। ৯৬বছৰীয়া লালকৃষ্ণ আদৱানিক শেহতীয়াকৈ ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছিল। ১৯৮০চনত ভাৰতীয় জনতা

পিআইবি, গুৱাহাটীৰ উদ্যোগত তিনি নতুন ফৌজদাৰী আইন সম্পৰ্কে সংবাদ মাধ্যমৰ বাবে কৰ্মশালা সম্পন্ন

পিআইবি, গুৱাহাটীৰ উদ্যোগত তিনি নতুন ফৌজদাৰী আইন সম্পৰ্কে সংবাদ মাধ্যমৰ বাবে কৰ্মশালা সম্পন্ন

তিনি নতুন ফৌজদাৰী আইন সম্পৰ্কে সংবাদ মাধ্যমক সজাগ কৰি তোলাৰ লক্ষ্যৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰেছ ইনফৰ্মেচন ব্যুৰ’, গুৱাহাটীয়ে অসম আৰক্ষীৰ সহযোগত আজি ইয়াত গুৱাহাটীৰ সংবাদ মাধ্যমৰ লোকসকলৰ বাবে এখনিমিডিয়া কৰ্মশালা অনুষ্ঠিত কৰে। এই কৰ্মশালাৰ জৰিয়তে সাংবাদিকসকলক তিনি নতুন ফৌজদাৰী আইন ক্ৰমেভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা,ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম 

ভাগৰ লাগিলে উপেক্ষা নকৰিব, ইয়াক দূৰ কৰাৰ উপায় কেইটা জানি লওঁক

ভাগৰ লাগিলে উপেক্ষা নকৰিব, ইয়াক দূৰ কৰাৰ উপায় কেইটা জানি লওঁক

খুব বেছি গৰম বা খুব বেছি ঠাণ্ডা বতৰত এলাহ, অলসতা তথা ভাগৰ লগাটো একেবাৰেই স্বাভাৱিক এক অৱস্থা।কিন্তু প্ৰতিদিনেই কাম কৰিবলৈ মন নোযোৱা, দুৰ্বল, ভাগৰ তথা এলাহ লগাটো একেবাৰেই স্বাভাৱিক নহয়।যদি আপোনাৰ ক্ষেত্ৰতো এনে হৈছে, তেন্তে আপুনি ভাগৰুৱা হৈ পৰিছে।আপোনাক বিশ্ৰামৰ প্ৰয়োজন। ভাগৰ দুই প্ৰকাৰৰ হ’ব পাৰে। শাৰীৰিক আৰু মানসিক। যদিও