Category: Assamese News

স্বামীৰ পৰকীয়া প্ৰেমৰ সন্দেহত নিজৰ জীৱন শেষ কৰিলে পত্নীয়ে! ঘটনা গুৱাহাটী মহানগৰীৰ

স্বামীৰ পৰকীয়া প্ৰেমৰ সন্দেহত নিজৰ জীৱন শেষ কৰিলে পত্নীয়ে! ঘটনা গুৱাহাটী মহানগৰীৰ

স্বামীৰ পৰকীয়া প্ৰেমৰ বাবেই এগৰাকী মহিলাই চূড়ান্ত সিদ্ধান্ত লোৱাৰ অভিযোগ গুৱাহাটী মহানগৰীত। মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত মেগজিনৰ কনকলতা পথত আজি সংঘটিত হয় এই ঘটনা। নিজৰ ঘৰৰ ভিতৰতে এগৰাকী মহিলাই অপমৃত্যুক আঁকোৱালি লয়। মহিলাগৰাকীৰ স্বামীক আটক কৰিছে নুনমাটি আৰক্ষীয়ে। ঘটনাৰ বিৱৰণী অনুসৰি, মেগজিনৰ কনকলতা পথৰ বাসিন্দা নবীন ডেকা পেছাত এগৰাকী গেলামাল

গুগল মেপ অনুসৰণ কৰি আগুৱাইছিল গাড়ী, মুহূৰ্ততে সোমাল নদীৰ বুকুত! তাৰ পিছত…

গুগল মেপ অনুসৰণ কৰি আগুৱাইছিল গাড়ী, মুহূৰ্ততে সোমাল নদীৰ বুকুত! তাৰ পিছত…

পথ চিনাৰ বাবে বহু সময়ত গুগল মেপৰ সহায় লোৱা হয়। মেপ অনুসৰণ কৰি গন্তব্য স্থানত উপনীত হ’ব পাৰি। কিন্তু সেই মেপ অনুসৰণ কৰি গন্তব্য স্থানত উপনীত হ’লৈ গৈ বিপদত পৰিল কেইবাজনো পৰ্যটক। আৰক্ষী সূত্ৰে খবৰ, চাৰিজন পৰ্যটকৰ এটা দলে হায়দৰাবাদৰ পৰা কেৰালাৰ আলাপ্পুঝালৈ গৈছিল। যাতে সহজে গন্তব্যস্থানত উৰস্থিত হ’ব পাৰি

পুনৰ খেলপথাৰলৈ উভতিব দীনেশ কাৰ্তিক! বিশ্বকাপত খেলপথাৰত দেখা যাব দীনেশ কাৰ্তিকক! হৈ গ’ল ডাঙৰ ঘোষণা!

পুনৰ খেলপথাৰলৈ উভতিব দীনেশ কাৰ্তিক! বিশ্বকাপত খেলপথাৰত দেখা যাব দীনেশ কাৰ্তিকক! হৈ গ’ল ডাঙৰ ঘোষণা!

দীনেশ কাৰ্তিকৰ অনুৰাগীলৈ সুখবৰ। টি-২০ বিশ্বকাপত পুনৰ খেলপথাৰলৈ উভতিব দীনেশ কাৰ্তিক। ৰাজস্থান ৰয়েলছৰ হাতত এলিমিনেটৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পৰাজয়ৰ বৰণ কৰাৰ পিছতে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল দীনেশ কাৰ্তিকে। কিন্তু অৱসৰ পিছতে পুনৰ খেলপথাৰলৈ উভতি অহাৰ কথা প্ৰকাশ কৰিলে দীনেশ কাৰ্তিকে। টি-২০ বিশ্বকাপত পুনৰ খেলপথাৰত দেখা পাব কাৰ্তিকক।

পাকিস্তানৰ যুৱতীৰ দেহত ভাৰতীয়ৰ হৃদযন্ত্ৰ! নতুন জীৱন লৈ দেশলৈ ওভতাৰ অপেক্ষাত আয়েশা

পাকিস্তানৰ যুৱতীৰ দেহত ভাৰতীয়ৰ হৃদযন্ত্ৰ! নতুন জীৱন লৈ দেশলৈ ওভতাৰ অপেক্ষাত আয়েশা

প্ৰয়োজন আছিল হৃদযন্ত্ৰ সংস্থাপনৰ। ১৯ বছৰীয়া পাক তৰুণীৰ প্ৰাণ ৰক্ষাৰ বাবে ইয়াৰ বাদে আন কোনো বিকল্প নাছিল। কিন্তু পাকিস্তানী সেই তৰুণীৰ পৰিয়ালৰ পক্ষে চিকিৎসাৰ এই বিপুল পৰিমাণৰ ধনৰ খৰচ বহন কৰাও সম্ভৱ নাছিল। শেষত তেওঁলোকৰ সহায় হ’ল চেন্নাইৰ এখন হাস্পতাল আৰু তাৰ চিকিৎসকসকল। এটা স্বেচ্ছাসেৱী সংস্থাৰ সহযোগিতাত আৰু চিকিৎকসকলৰ মহানুভৱতাৰ

লখিমপুৰত থানাৰ ভিতৰতে আচামীৰ মৃত্যু, থানাৰ ভিতৰত কেনেকৈ মৃত্যু হ’ল আচামীৰ, ৰাইজৰ প্ৰতিবাদ

লখিমপুৰত থানাৰ ভিতৰতে আচামীৰ মৃত্যু, থানাৰ ভিতৰত কেনেকৈ মৃত্যু হ’ল আচামীৰ, ৰাইজৰ প্ৰতিবাদ

লখিমপুৰৰ খেলমাটি থানাত সংঘটিত হৈছে এক অঘটন। থানাৰ ভিতৰতে মৃত্যু এজন ব্যক্তিৰ। নিহত লোকজনৰ নাম আৰ্চভ আলী বুলি জানিব পৰা গৈছে। আৰ্চভ আলীৰ ঘৰ লখিমপুৰৰ চান্দমাৰিত। এটা ম’বাইলক কেন্দ্ৰ কৰি আৰ্চভ আলীক থানালৈ মতাই আনিছিল খেলমাটি আৰক্ষীয়ে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, আৰ্চভ আলী ম’বাইল চুৰি গেঙৰ লীডাৰ। থানাৰ ভিতৰতে