মহানগৰীৰ দিছপুৰত উদ্ধাৰ হৈছে এটা মৃতদেহ। দিছপুৰৰ SBI শাখাৰ সন্মুখৰ নলাত উদ্ধাৰ হৈছে মৃতদেহটো। এই পৰ্যন্ত মৃতদেহটো চিনাক্ত হোৱা নাই। ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
Category: Assamese News
সাৱধান, অতিমাত্ৰা গেষ্ট্ৰিকৰ সমস্যা হৈ পৰিব পাৰে চিন্তাৰ কাৰণ, কেঞ্চাৰো হ’ব পাৰে অতিমাত্ৰা গেছৰ সমস্যা আছে যদি সাৱধান হ’ব। কিয়নো অতিমাত্ৰা গেছে পাছলৈ আলছাৰৰ সমস্যা কৰে। যি আলছাৰ পাছলৈ গৈ কেঞ্চাৰতো পেলায় কেতিয়াবা। তাৰোপৰি এচিডে ক্ষয় কৰিব পেটৰ ছালৰো। কেৱল খোৱা খাদ্যৰ বাবেই নহয়, কেতিয়াবা মানসিক চাপৰ বাবেও গেছৰ সমস্যা
বহিৰাগতক ভাড়াত দিব কটন বিশ্ববিদ্যালয়! বিশ্ববিদ্যালয়ৰ ৰাজহ সংগ্ৰহত ব্যৱহাৰ হ’ব বিশ্ববিদ্যালয় চৌহদ। বিশ্ববিদ্যালয় চৌহদ ভাড়াত দিবলৈ ৬ জনীয়া কমিটি গঠন ৷ ৬ জনীয়া কমিটিয়ে নিৰ্ধাৰণ কৰিব কোনটো স্থান ভাড়াত দিব বিশ্ববিদ্যালয়ে ৷ কটন বিশ্ববিদ্যালয় চৌহদ ভাড়া প্ৰদানৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে সৰব ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক, অৰাজনৈতিক দল সংগঠন ৷ বিশ্ববিদ্যালয়খনৰ এনে
কলক ছুপাৰফুড বুলি গণ্য কৰা হয়। যি স্বাস্থ্যৰ বাবে অতি উপকাৰী। যদিও আমি পকা কল ফল হিচাপে ব্যৱহাৰ কৰো, সেউজীয়া অৰ্থাৎ কেঁচা কল ৰন্ধা-বঢ়াৰ বাবে বেছি পছন্দ কৰো। যদিও দুয়োটাৰে সোৱাদ আৰু টেক্সচাৰ ইটোৱে সিটোৰ পৰা যথেষ্ট পৃথক, দুয়োটাতে ষ্টাৰচ প্ৰচুৰ পৰিমাণে থাকে। হেল্থলাইনৰ মতে, কল পকিবলৈ আৰম্ভ কৰাৰ লগে
মেষ ৰাশি: এই দিনটো আপোনাৰ বাবে চিন্তাৰে ভৰা হ’ব। আপোনাৰ কিছুমান সমস্যাৰ বাবে চিন্তিত হ’ব। যাৰ বাবে আপুনি নিজৰ কামত মনোনিৱেশ কৰিব নোৱাৰে। ঘৰৰ পৰা আঁতৰত কাম কৰি থকাসকলক হয়তো পৰিয়ালৰ সদস্যৰ স্মৃতিয়ে খেদি ফুৰিব। বন্ধু-বান্ধৱীৰ সৈতে পাৰ্টিৰ পৰিকল্পনা কৰিব পাৰে। সামাজিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে নিজৰ কামেৰে গণ্যমান্য ব্যক্তিক