বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে ইকুৱেটৰিয়েল গিনিত মাৰ্বাৰ্গ ৰোগৰ ফলত হোৱা প্ৰাদুৰ্ভাৱৰ খবৰ আহিছে। ইকুৱেটৰিয়েল গিনিৰ তথ্য অনুসৰি ইব’লাৰ সৈতে জড়িত এই ভাইৰাছৰ বাবে ইতিমধ্যে কমেও ৯ জন লোকৰ মৃত্যু
Category: Assamese News
ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল শ্বাহ আলম। মহানগৰীৰ সোনাপুৰত এনকাউন্টাৰ শ্বাহ আলমক । বৃহস্পতিবাৰে নিশা ১১.৩০ বজাত আৰক্ষীৰ বেহু ফালি পলায়ন কৰিছিল শ্বাহ আলম তালুকদাৰে। বুকুত দুটাকৈ গুলী লাগিছে
🔴 আৰক্ষীৰ এনকাউন্টাৰত নিহত ৰঞ্জিত বৰা হত্যাকাৰী শ্বাহ আলম। 🔴 নিশা সোণাপুৰত আৰক্ষীৰ গুলীত নিহত হয় দুৰ্ধৰ্ষ অপৰাধীটো। 🔴 বুকুত দুটাকৈ গুলী লাগে অপৰাধীটোৰ। 🔴 আৰক্ষীৰ জিম্মাৰ পৰা পলাইছিল দুৰ্ধৰ্ষ
বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰা বিশ্বৰ সবাটোকৈ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ ‘এম ভি গংগা বিলাসে’ (World’s longest river cruise Ganga Vilas) বাংলাদেশৰ পৰা ব্ৰহ্মপুত্ৰৰে আহি আজি বিয়লি ধুবুৰী পায়হি ৷ ভাৰতীয়
উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ এক অগ্ৰনি প্রতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৯৬৭ চনতেই প্ৰতিষ্ঠিত হোৱা ঐতিহ্যমণ্ডিত যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰথমখন “সতীৰ্থ সন্মিলন” অহা ১৯ মাৰ্চ, ২০২৩ তাৰিখে এদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ