কাইলৈ ভেলেণ্টাই ডে’ পিছে নলবাৰীত জাৰি কৰা হ’ল ১৪৪ ধাৰা ভেলেণ্টাইন ডে’ৰ মাত্ৰ এদিন পূৰ্বে নলবাৰীত জাৰি ১৪৪ ধাৰা
Category: Assamese News
২৪ টাকৈ গৰু সহ NL-01AC-6963 নম্বৰৰ ট্ৰাক খন জব্দ কৰিলে বৰঘাট আৰক্ষীয়ে। দেওবাৰে ৰাতিপুৱা নগাঁৱৰ বৰঘাট বাইপাছত আৰক্ষীয়ে তালাচী চলাই জব্দ কৰিবলৈ সক্ষম হয় গৰু কেইটা। বাহন খনৰ চালক চাহাজুল আলী আৰু হেণ্ডিমেন আস্কৰ আলীক সুধা পোছাৰ বাবে আটক কৰিছে বুলি জানিব পৰা গৈছে। উলেখ্য যে আৰক্ষীৰ চকুত ধূলি দিবলৈ
পুঁজিবাদী সময়ত সকলোৱে এখন নতুন গাড়ী কিনিবলৈ বিচাৰে যদিও বাজেটৰ বাবে কিনিবলৈ সক্ষম নহয়।ইয়াৰ বিকল্প ৰূপে বহুলোকে অন্যৰ ব্যৱহৃত গাড়ী কিনিবলৈ মন মেলে। কিন্তু এইখিনি কথাতে মূল অসুবিধা আহি পৰে।কাৰণ এখন ব্যৱহাৰ হোৱা গাড়ী ক্ৰয় কৰাৰ ক্ষন্তেক আগতে আমি কিছুদিশ ভালদৰে লক্ষ্য কৰা দৰকাৰ।কাৰণ বৰ্তমান সময়ত বজাৰখনত এনে বহু গাড়ী
ৰাতিপুৱাৰ ব্ৰেকফাষ্ট শৰীৰৰ বাবে অতি প্ৰয়োজনীয় যদিও আজিৰ ব্যস্ততাপূৰ্ণ জীৱনশৈলী আৰু কামৰ চাপৰ বাবে একাংশ লোকে ইয়াৰ প্ৰতি মনোযোগ দিবলৈ পাহৰি সন্মুখত যি পাই তাকেই খায়। কিছুমান মানুহে খৰখেদাকৈ বহু বস্তু একেলগে সেৱন কৰে। যাৰ ভিতৰত এনেকুৱা কিছুমান কথা আছে, যাৰ সংমিশ্ৰণে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। বেছিভাগ মানুহেই ব্ৰেকফাষ্টত চাহ
সোমবাৰে পুৱাই শিৱা বাবাৰ আশীষ ল’বলৈ আহি ভক্তই ধৰিলে দুই কাছ চুৰক। চুৰ দুটাই মন্দিৰৰ দেৱাল পাৰ হৈ প্ৰৱেশ কৰিছিল মন্দিৰত। তাতে কাম কৰি থকা ৰং মিস্ত্ৰীয়ে দেখা পাই পুৰোহিতক খবৰ দিয়ে তাৰ পিছতেই ভক্তই আটক কৰে চুৰ দুটাৰ। আটকাধীন চুৰ দুটাৰ নাম মুন দাস আৰু বুবুল দাস বুলি জানিব