মানুহ ৯২ বছৰ বয়সতো পিতৃ হোৱাৰ অভিলেখ আছে গ্ৰীনিছ বুকত যদিওবা ৫০ বছৰৰ পিছত পিতৃ হোৱা লোক খুব কম দেখা যায়। সেইবুলি যেনেকৈ ৪৫ বছৰৰ পিছত মহিলাৰ ঋতুস্ৰাৱ বন্ধ হৈ মা হ’ব নোৱাৰা হয় ঠিক তেনেকৈ পুৰুষ এজন পিতৃ হোৱা কথাটো একে নহয় , ই সম্পূৰ্ণ পৃথক। বয়সৰ লগে লগে
Category: Assamese News
কোনো আগতীয়া পৰিকল্পনা কৰিবলৈ অনিচ্ছুক চিনেমা এখন চাবলৈ বা ৰেষ্টুৰেণ্টলৈ খাবলৈ যাওতে, আপোনাৰ সংগীয়ে আগতীয়াকৈ পৰিকল্পনা কৰিবলৈ অনিচ্ছুক নেকি? অন্ততঃ এবাৰ লগ পাবলৈও তেওঁ ইচ্ছা নকৰে নেকি? যদি হয়, তেন্তে ধৰি ল’ব পাৰি যে তেওঁৰ আন পৰিকল্পনা আছে। যিটো আপোনাতকৈ অধিক গুৰুত্বপূৰ্ণ। প্ৰয়োজন নোহোৱাকৈ কথা নোকোৱা প্ৰেমৰ সম্পৰ্কত থকা মানে
সাধাৰণতে মুখত বা জিভাত হোৱা আলচাৰ বা ঘাঁ সকলোৰে পৰিচিত এক সাধাৰণ সমস্যা।এই সমস্যা সাধাৰণ যদিও ই জটিল হৈ পৰিব পাৰে আৰু ৰূপ, লক্ষণ আদিৰ সামান্য পৰিৱৰ্তন ঘটিয়েই দুৰাৰোগ্য ৰোগলৈ ৰূপান্তৰ হ’ব পাৰে। এইবিধ ৰোগ হ’লে জিভা আৰু মুখত অশান্তিজনক পীড়া হয়। এই ৰোগৰ কাৰণ সমূহ কি কি—- অধিক গৰম
সৰু ল’ৰা-ছোৱালীক অভিভাৱকে নিজৰ লগত শুব দিয়াটো ঠিক নে পৃথকে বিচনাত শুব দিয়টো উচিত, তাৰ বিষয়ে সকলো অভিভাৱকৰ মনত প্ৰায়ে এক আঁসোৱাহ থাকে। ঠিক এনে সময়তে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলোচনী ‘চাইকোলজি টুডে’ত প্ৰকাশিত এটা প্ৰবন্ধ অনুসৰি, ২ বছৰৰ ওপৰৰ শিশুৱে পিতৃ-মাতৃৰ সৈতে বিচনাত শুব নালাগে বুলি উল্লেখ কৰা হৈছে। অন্যথা, তেওঁলোকৰ
আমাৰ শৰীৰত যদি কিবা অন্তিক বিসংগতিৰ বাবে মেলানিন নিসৰণ কমি যাবলৈ ধৰে তেতিয়া আমাৰ ছালখনৰ স্বাভাৱিক ৰঙৰ পৰিৱৰ্তন হ’বলৈ ধৰে । লাহে লাহে শৰীৰৰ কোনো ঠাইত বগা ফোট হ’বলৈ ধৰে । এই সমস্যাটোক ভিটিলিগ বা বগা দাগ পৰা বুলি কোৱা হয় । আমাৰ ছালকোষৰ কিছু বিসংগতিৰ বাবেই এই বেমাৰ হয়