🔷সনাতন ধৰ্ম ভাৰতৰ ৰাষ্ট্ৰীয় ধৰ্ম। 🔷ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে ইয়াক সন্মান জনোৱা উচিত। 🔷অযোধ্যাৰ ৰাম মন্দিৰৰ ধৰ্মীয় স্থানসমূহৰ পুনৰ নিৰ্মাণৰ আহ্বান জনাই এই কথা ব্যক্ত কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
Category: Assamese News
শ্বাহৰুখ খানৰ চৰ্চিত ছবি পাঠানৰ মুক্তিৰ তৃতীয় দিনা বিশ্বজুৰি বক্স অফিচত ৩০০ কোটিৰ উপাৰ্জন ।
🔷অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান হ’ব জি পি সিং। 🔷কলাক্ষেত্ৰৰ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত এই কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
🔷জিনছ পিন্ধি আদালতত হাজিৰ হোৱা বাবে আদালতৰ পৰা উলিয়াই দিলে অধিবক্তা বিজন মহাজনক। 🔷ন্যায়ধীশে এক নিৰ্দেশযোগে উলিয়াই দিয়ে অধিবক্তা গৰাকীক।
উত্তৰ লখিমপুৰ, ২৮ জানুৱাৰীঃ পূব ভাৰতৰ এক আগশাৰীৰ চকু চিকিৎসা প্ৰতিষ্ঠান ERCLens.com উত্তৰ লখিমপুৰত উদ্ধোধন কৰা হয়। এতিয়ালৈ ৫ লাখতকৈ অধিক ৰোগীৰ সফলতাৰে চকুৰ চিকিৎসা সম্পন্ন কৰাৰ পাছত সমগ্ৰ অসম, পশ্চিম বংগ, নাগালেণ্ড আৰু বিহাৰৰ শাখাবোৰৰ লগতে, ERCLens.com এ সমগ্ৰ উত্তৰ লখিমপুৰৰ জনসাধাৰণক কম ব্যয়তে উচ্চ মানদণ্ডৰ চকুৰ চিকিৎসা প্ৰদান কৰাত