চকুৱে এজন মানুহক অধিক সুন্দৰ কৰি তোলে। কিন্তু ঋতু পৰিৱৰ্তনৰ সমান্তৰালকৈ বহু লোকৰ কনজাংটিভাইটিছ বা চকু ৰঙা পৰাৰ সমস্যাই দেখা দিয়ে। এই বেমাৰৰ লক্ষণ তথা প্ৰতিকাৰ তলত দিয়া হ’ল। চকু ৰঙা পৰাৰ লক্ষণ- চিকিৎসকৰ মতে, কেইবাদিনো ধৰি বৰষুণৰ ফলত বায়ুমণ্ডলত আৰ্দ্ৰতা বৃদ্ধি পায়। ইয়াৰ বাবেই এজন ব্যক্তিৰ পৰা আন এজনৰলৈ
Category: Assamese News
প্ৰিয় পাঠকসকল, লাগিলে যিয়ে নহওক কিয়, কিন্তু এনেকৈ তুলসী ঘৰত কেতিয়াও নোৰুৱ। নহ’লে সদায় আপোনালোকৰ ঘৰলৈ অশান্তি আহিব। ঘৰত তুলসী থকাতোঁ হিন্দু ধৰ্মৰ অনুসৰি সৰ্বশ্ৰেষ্ট বুলি ধৰা হয়। সকলো দেৱী-দেৱতাৰ কৃপা দৃষ্টি এনেকুৱা ঘৰত থাকে যাৰ ঘৰত তুলসী থাকে। গড়োৰ পুৰাণত তুলসী মাৰ বিষয়ে বিস্তাৰিত ভাবে কোৱা হৈছে। নিয়মীয়াকৈ তুলসীৰ
আপুনি জানেনে শ্ৰীকৃষ্ণৰ দ্বাৰকা নগৰৰ অস্তিত্ব আজিও সাগৰৰ তলত আছে!!! যদি আপুনি ভাল স্কুব’ ডাইভাৰ হয় তেন্তে আপুনিও আৰব সাগৰৰ সেই ক্ষেত্ৰত গৈ দ্বাপৰ যুগৰ সেই দ্বাৰকা নগৰখনৰ অৱশেষ চাই আহিব পাৰে। ভগৱান শ্ৰীকৃষ্ণ মথুৰা ত্যাগ কৰাৰ পাছত যদুবংশ ৰক্ষা কৰাৰ উদ্দেশ্যে ভাতৃ বলোৰাম আৰু যদুবংশী সকলক লগত লৈ আৰব
বহুতে শীতকালত টনচিলৰ সমস্যাত ভুগি থাকে। আইচক্ৰীম, ঠাণ্ডা পানীয় খালে মূলতঃ এই সমস্যা বৃদ্ধি পায়। গিলিলে বিষ, কথা কোৱাত অসুবিধা, ডিঙিৰ বিষ- এইবোৰ টনচিলাইটিছৰ অতি সাধাৰণ লক্ষণ। টনচিলৰ বিষ কম কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ। অৱশ্যে সদায় হাততেই চিকিৎসক পোৱা নাযায়। সকলো সময়তে ডাক্তৰৰ ওচৰলৈ যাবলৈ সময় নাই। গতিকে বহু
বৰ্ধিত বায়ু প্ৰদূষণৰ ফলত বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হৈছে। ইয়াৰে এটা হʼল উশাহ লোৱাত কষ্ট। এই সমস্যা শীতকালত বেছিকৈ দেখা যায়। অলপ কষ্ট কৰিলেই দুৰ্বল অনুভৱ হয়। ফলত উশাহ লʼবলৈ টান হৈ পৰে। অত্যধিক চৰ্দিয়েও এই ৰোগৰ সৃষ্টি কৰিব পাৰে। চিকিৎসকৰ মতে, বায়ুপথৰ প্ৰদাহৰ বাবে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হয়। উশাহ-নিশাহৰ