Category: Assamese News

ঔষধ নোখোৱাকৈও মাইগ্ৰেনৰ সমস্যাৰ পৰা উপশম পাব পাৰি

ঔষধ নোখোৱাকৈও মাইগ্ৰেনৰ সমস্যাৰ পৰা উপশম পাব পাৰি

আজিকালি প্ৰায় প্ৰতিটো পৰিয়ালৰ এজন সদস্যৰ হ’লেও মাইগ্ৰেনৰ সমস্যাত ভোগে৷ এই সমস্যা কিমান কষ্টকৰ কেৱল ভুক্তভোগীয়েহে জানে৷ এই সমস্যা যিমান জটিল তাৰ পৰা উপশম পোৱাটো তেনেই সহজ৷ ঔষধ খোৱাৰ পৰিৱৰ্তে মাত্ৰ কেইটামান ঘৰুৱা ব্যৱস্থা ল’লেই সহজে উপশম পাব পাৰি মাইগ্ৰেনৰ সমস্যাৰ পৰা৷ মাইগ্ৰেনৰ সমস্যাৰ প্ৰকৃত কাৰণ উদঘাটন কৰিবলৈ গৱেষণা চলি

চিকিৎসকৰ ওচৰলৈ নোযোৱাকৈ দাঁতৰ যতন লোৱাৰ উপায়

চিকিৎসকৰ ওচৰলৈ নোযোৱাকৈ দাঁতৰ যতন লোৱাৰ উপায়

বেয়া খাদ্যাভ্যাসৰ কাৰণে আজিকালি দাঁত আৰু দাঁতৰ মাৰিৰ সমস্যাত বহুতকে ভোগা দেখা যায়৷ দাঁতৰ বিষ, ৰক্তপাত আৰু মুখৰ দুৰ্গন্ধৰ বাবে বহুতেই অস্বস্তিত পৰে৷ কিছুমানে আকৌ দাঁতৰ সমস্যাক গুৰুত্ব প্ৰদান নকৰে৷ ফলত ইয়াৰ পৰিণাম ভুগিব লগা হয়৷ বেয়া খাদ্যাভ্যাস আৰু মুখৰ যত্ন নোলোৱাৰ বাবে দাঁতৰ ফাকসমূহত ময়লা জমা হয়৷ বিশেষকৈ নিয়মিত

নিদ্ৰাহীনতাই আনিব পাৰে গুৰুতৰ বিপদ

নিদ্ৰাহীনতাই আনিব পাৰে গুৰুতৰ বিপদ

এজন পূৰ্ণবয়স্ক লোকৰ বাবে প্ৰতিদিনে ৬ ঘণ্টা টোপনিৰ প্ৰয়োজন৷ কিন্তু অনিদ্ৰাত ভুগিলে টোপনি পাতলীয়া হোৱাৰ উপৰি কেতিয়াবা দুই-এঘণ্টাহে টোপনি আহিব পাৰে৷ অনিদ্ৰাই বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে৷ ব্যস্ততাপূৰ্ণ জীৱনৰ বাবেও বহুতেই সময়মতে শোৱাৰ সময় স্থিৰ কৰিব নোৱাৰে৷ কামৰ হেঁচাত টোপনিৰ পৰিমাণ ক’ব নোৱাৰাকৈয়ে হ্ৰাস পাই আহে৷ এনে ধৰণে টোপনিৰ পৰিমাণ

পুৱাই বাহী মুখে এগিলাচ পানী খালে উপকাৰ পাব

পুৱাই বাহী মুখে এগিলাচ পানী খালে উপকাৰ পাব

পানীয়েই জীৱন৷ পানী স্বাস্থ্যৰ মহৌষধ বুলি ক’লেও বঢ়াই কোৱা নহয়৷ অৱশ্যে পানী খোৱাও নিয়ম আছে৷ আপুনি যদি নিয়মমতে পানী খাই তেন্তে আপোনাৰ শৰীৰ সুস্থ থাকিব৷ বহুতেই নাজানে পানী কেতিয়া খাব লাগে আৰু কেতিয়া খাব নালাগে৷ পানী কেতিয়া কেনেকৈ খাব লাগে তাক জানো আহক– [১] খালী পেটত পানী খোৱাটো অত্যন্ত উপকাৰী৷

এখন নতুন মাৰ্চিডিজ বেঞ্জ কিনিলে সুস্মিতা সেনে, দাম জানিলে থতমত খাব আপুনি!

এখন নতুন মাৰ্চিডিজ বেঞ্জ কিনিলে সুস্মিতা সেনে, দাম জানিলে থতমত খাব আপুনি!

যদি আমি হিন্দী চিনেমাৰ শীৰ্ষ অভিনেত্ৰীসকলৰ কথা কবলৈ যাওঁ, তেন্তে সেই তালিকাত সুস্মিতা সেনৰ নাম নিশ্চয় সন্নিবিষ্ট হ’ব। বিস্ময়কৰ অভিনয় আৰু সৌন্দৰ্য্যৰ বাবে সুস্মিতা সেন সুপৰিচিত। প্ৰতিদিনে দেখা যায় যে সুস্মিতাই ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে বহু শিৰোনাম লাভ কৰে। বৰ্তমান তেওঁ ক্ৰয় কৰা নতুন বাহনক লৈ চৰ্চা লাভ কৰিছে। সুস্মিতাই