Category: Assamese News

সন্তানৰ মগজুক কম্পিউটাৰৰ দৰে তীক্ষ্ণ কৰি তুলিবলৈ অভিভাবকে কৰিব লগা কামবোৰ

সন্তানৰ মগজুক কম্পিউটাৰৰ দৰে তীক্ষ্ণ কৰি তুলিবলৈ অভিভাবকে কৰিব লগা কামবোৰ

সৰু ল’ৰা ছোৱালীৰ মন অতি তীক্ষ্ণ। কিন্তু তেওঁলোকে সঠিক পুষ্টি পোৱটো নিত্যান্তই প্ৰয়োজনীয়। বহুতো শিশুৰ আৰম্ভণিৰ পৰাই স্মৃতি শক্তি তীক্ষ্ণ হয়, আনহাতে কিছুমান শিশু অলপ দুৰ্বল হয়। তেওঁলোকে বিদ্যালয়ত পঢ়া-শুনা কৰোতে অসুবিধাৰ সন্মুখীন হ’ব লগা হয়। কেতিয়াবা এনে শিশুৰ আত্মবিশ্বাসৰ অভাৱ হয়। কিন্তু শিশুৰ স্মৃতি শক্তি বৃদ্ধি কৰাৰ কিছুমান উপায়

সন্ন্যাসী হৈ ধৰ্মৰ বাবে অভিনয় জগত ত্যাগ কৰিব দক্ষিণৰ মোহময়ী অভিনেত্ৰী ছাই পল্লৱীয়ে!

সন্ন্যাসী হৈ ধৰ্মৰ বাবে অভিনয় জগত ত্যাগ কৰিব দক্ষিণৰ মোহময়ী অভিনেত্ৰী ছাই পল্লৱীয়ে!

দক্ষিণৰ মোহময়ী অভিনেত্ৰী ছাই পল্লৱীক কোনে চিনি নাপায়। তেওঁৰ আবেদনময়ী চেহেৰাই বহু যুৱকৰ হৃদয় জয় কৰিছে। তেওঁ মালয়ালম, তামিল, তেলেগু উদ্যোগৰ অন্যতম প্ৰিয় অভিনেত্ৰী। ২০২২ চনত মুক্তি পোৱা গাৰ্গী ছবিখনত পল্লৱীক অন্তিমবাৰৰ বাবে দেখা গৈছিল, য’ত তেওঁ এক অসাধাৰণ অভিনয় কৰি সকলোকে স্তম্ভিত কৰি পেলাইছিল। অনুৰাগীসকলে তেওঁৰ পৰৱৰ্তী ছবিৰ বাবে

ফেব্ৰুৱাৰীত বজাৰলৈ আহিব নাকত দিয়া প্ৰথম কৰ’না ভেকছিন

ফেব্ৰুৱাৰীত বজাৰলৈ আহিব নাকত দিয়া প্ৰথম কৰ’না ভেকছিন

ফেব্ৰুৱাৰীত বজাৰত আহিবলৈ সাজু হৈছে ভাৰত বায়োটেকৰ তৈয়াৰী নাকত দিয়া (ইণ্ট্ৰানেজাল) কৰ’না ভেকছিন ইনকোভাক । হিমাচল প্ৰদেশৰ কচৌলীৰ চৰকাৰী পৰীক্ষাগাৰ চেণ্ট্ৰেল ড্ৰাগ লেবৰেটৰী (চিডিএল)ত বিশ্বৰ প্ৰথম নাকৰ ক’ভিড-১৯ ভেকছিনৰ পৰীক্ষাৰ অন্তিম পৰ্যায় চলি আছে। চৰকাৰী সূত্ৰ অনুসৰি, ইতিমধ্যে ছটা বেচত প্ৰস্তুত কৰা ১৫ হেজাৰ নাকৰ ভেকচিন কচৌলীৰ চিডিএলত উপস্থিত হৈছে।

কাৰ্ডিঅ’ নে ওয়েট ট্ৰেনিং , কোনটো অনুশীলনে আপোনাৰ ওজন দ্ৰুত গতিত হ্ৰাস কৰিব ?

কাৰ্ডিঅ’ নে ওয়েট ট্ৰেনিং , কোনটো অনুশীলনে আপোনাৰ ওজন দ্ৰুত গতিত হ্ৰাস কৰিব ?

প্ৰচলিত ধাৰণা অনুসৰি কাৰ্ডিঅ কৰিলে বেছি কেলৰি বাৰ্ণ হয় । সেইয়েহে ওজন হ্ৰাস কৰিবলৈ জগিং , দৌৰা , স্কিপিং বা ফ্ৰি-হেণ্ড কাৰ্ডিঅ ব্যায়াম বেছি লোকে কৰা দেখা যায় । ইয়াৰোপৰি এই ব্যায়াম কৰিবলৈ বিশেষ সামগ্ৰী বা স্থানৰো প্ৰয়োজন নাই । সেইয়েহে ইয়াৰ জনপ্ৰিয়তা সৰ্বাধিক হোৱা পৰিলক্ষিত হৈছে । তথাপিও মানুহে