সকলো দেৱী দেৱতাৰ ওচৰত ভাল ভাল বাহন কিন্তু প্ৰথমপূজ্য অৰ্থাৎ সকলো দেৱ-দেৱতাতকৈ আগত পূজা কৰা ভগৱান শ্রী গণেশৰ ওচৰত বাহন ৰূপে এটা সৰু নিগনি কিয়।এক প্ৰচলিত কথা অনুসাৰি,এক আধা ভাগ ভগৱান আৰু এক আধা ভাগ অসুৰ ৰূপৰ নৰকমূৰ্চ আছিল। এবাৰ দেৱৰাজ ইন্দ্ৰৰ ৰাজসভাত সকলো মুনিকে নিমন্ত্রণ জনালে।সভাত নৰকমূৰ্চ উপস্থিত আছিল।
Category: Assamese News
হিন্দু ধৰ্মত শুভ কাম কৰাৰ আগত সকলোতকৈ আগত ভগৱান শিৱ আৰু মা পাৰ্ৱতীৰ গজানন অৰ্থাৎ ভগৱান গণেশৰ পূজা কৰা হয়।তাৰপাছত হে অন্য দেৱী দেৱতাৰ পূজ অৰ্চনা কৰা হয়।সেয়হে ভগৱান গণেশক প্ৰথমপূজ্য বা বিঘ্নি হৰ্তা বোলা হয়। শিৱ পুৰাণৰ অনুসাৰি,ভগৱান গণেশৰ জন্ম মা পাৰ্ৱতীৰ দেহৰ হালধীৰ দ্বাৰা। প্ৰথমে মা পাৰ্ৱতীয়ে দেহত
ভগৱান বিষ্ণুক শংখৰ দ্বাৰা জল দিলে অতি প্ৰসন্ন হয়।।শংখ ভগৱান বিষ্ণুৰ খোবেই প্ৰিয়।কিন্তু ইয়াৰ বিপতিতে ভগৱান শিৱৰ পূজাত শংখ বজোৱা নহয় বা শংখৰ দ্বাৰা মহাদেৱক জল অৰ্পণ কৰা নহয়।ইয়াৰ কাৰন আজি আমি জানো আহক… দাম্ভ নামে এক দৈত্যৰাজ আছিল আৰু তেওঁৰ কোনো সন্তান নথকাত ভগৱান বিষ্ণুৰ কঠুৰ তপস্যা কৰিছিল ভগৱান
এসময়ত গণেশৰ পৰশুৰাম সৈতে যুদ্ধ হৈছিল,সেই যুদ্ধত পৰশুৰামৰ কুঠাৰেৰে গণেশৰ দাঁত এটা ভাঙিছিল সেইবাবে ভগৱান গণেশক এক দন্ত বুলি কোৱা হয়। ভগৱান গণেশৰ মূৰটো হাতীৰ আৰু এটা দাঁত ভঙা বাবে কোনো কন্যাই গণেশৰ লগত বিবাহত বহিবলৈ অমান্য হৈছিল।সেইবাবে গণেশ ভগৱানৰ বৰ চিন্তা হৈছিল আৰু আন দেৱতাৰ বিবাহ দেখি-বৰ দুখ কৰিছিল।
মা মনসাক নাগ মাতা বুলা হয়।মা মনসা হৈছে সমস্ত সংসাৰৰ নাগৰ মাতা। মা মনসাৰ কৃপা পালে নাগৰ পৰা ভয় নেথাকে। বহুতো পুৰাণত মা মনসাৰ বৰ্ণনা পোৱা যায়।বিষ্ণু পুৰাণৰ চতুর্থ খণ্ডত এক নাগ কন্যাৰ বৰ্ণনা আছে, যিয়ে আগলৈ মা মনসাৰ নাম প্ৰচলিত হল। ব্ৰহ্মা বৈভৱ পুৰাণৰ মতে এক নাগ কন্যা আছিল,সেই