নিউজ ব্যুৰ’,নগাঁও,১২জানুৱাৰী:–নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও সদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰক’লা গাঁৱৰ কৃষি প্ৰধান অঞ্চলসমূহত সম্প্ৰতি বনৰীয়া হাতীৰ তাণ্ডৱে শংকিত কৰি তুলিছে গাঁওবাসীক ৷ উল্লেখ্য যে, এমাহ দিন ধৰি বৃহত্তৰ বৰক’লাত অঞ্চলত বন্যহস্তীৰ এটা বৃহৎ দলে সোণোৱালী পকা ধাননিত সোমাই এফালৰ পৰা পকা ধান খাই তচ-নচ কৰি পেলাইছে ।
Category: Assamese News
বাটত পৰি থকা বহু বস্তু স্পৰ্শ বা লাথি মৰাৰ পৰা বিৰত থাকক। এইবোৰ কথা নেতিবাচকতা আৰু যাদুৰ লগত জড়িত হ’ব পাৰে। যদি আপুনি সেইবোৰ স্পৰ্শ কৰে তেন্তে বহু সমস্যা হ’ব পাৰে। ১.নেমু-জলকীয়া: বাটত নেমু জলকীয়াৰ ৰচি পৰি থকা আপুনি হয়টো বহুবাৰ দেখিছে। সাধাৰণতে ঘৰৰ বাহিৰত আৰু দোকানৰ বাহিৰত ইয়াক প্ৰয়োগ
ক্ৰমাৎ শান্তিৰ বাতাবৰণ অব্যাহত থকা কোকোৰাঝাৰত পুনৰ পৃথক ৰাজ্যৰ দাবীৰে আন্দোলনৰ হুংকাৰ সদ্য গঠিত সদৌ বড়ো প্ৰাক্তন ভলন্টিয়াৰ অৰ্গেনাইজেশ্বনৰ । সুকীয়া বড়োলেণ্ডৰ দাবীত আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি বৃহস্পতিবাৰে সদ্য ভূমিস্থ সংগঠনটোৱে কোকৰাঝাৰ শিশু উদ্যানত এই ধৰ্ণা-প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সদৌ বড়ো প্ৰাক্তন ভলন্টিয়াৰ অৰ্গেনাইজেশ্বনৰ নেতা-কৰ্মী সকলে হাতে হাতে প্লেকাৰ্ড লৈ ন’ বড়োলেণ্ড
বিশ্ব স্বাস্থ্য সংস্থাই উজবেকিস্তানত ভাৰতীয় কফচিৰাপ খাই ১৯টা শিশুৰ মৃত্যুৰ পাছত এই কফচিৰাপৰ ব্যৱহাৰৰ বিষয়ে সকীয়াই দিছে। যাৰ পাছতে WHO কৈছে যে নয়ডা ভিত্তিক কোম্পানী মেৰিয়ান বায়’টেকৰ দ্বাৰা নিৰ্মিত দুটা কফ চিৰাপ ব্যৱহাৰ কৰা উচিত নহয়। উজবেকিস্তান চৰকাৰে শিশুৰ মৃত্যুৰ বাবে নয়ডাস্থিত মেৰিয়ান বায়’টেকৰ কফ চিৰাপ ‘ডক-১ মেক্স’ক দোষাৰোপ কৰে।
ৰাখী সাৱন্তে পুনৰ এবাৰ নিজৰ এক সিদ্ধান্তৰে সকলোকে আচৰিত কৰি তুলিছে। ৰাখীয়ে প্ৰেমিক আদিল দুৰানীৰ সৈতে বিবাহপাশত আবদ্ধ হৈ সকলোকে আচৰিত কৰিছে। ছচিয়েল মিডিয়াত নিজৰ নিকাহৰ ফটো শ্বেয়াৰ কৰি কয় যে তেওঁ আদিলৰ সৈতে ৭ মাহ পূৰ্বেই নিকাহ কৰিছিল, কিন্তু আদিলে এই নিকাহ গোপনে ৰাখিবলৈ চাপ দিছিল। ৰাখীয়ে