নিউজ ব্যুৰ’,নগাঁও,৫ জানুৱাৰী :–নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নেহৰুবালিত শতিকা গৰকা ঐতিহ্য আৰু পৰম্পৰাৰে অনুষ্ঠিত হৈ অহা সদৌ নগাঁও ভোগালী বিহু উৎসৱে চলিত বৰ্ষত ১১০ বছৰত পদাৰ্পণ কৰিছে । সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতিয়ে জনোৱা মতে অহা ১৪ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈ বিস্তৃত তথা বৰ্ণাঢ্য কাৰ্যসূচীৰে নেহৰুবালিত অনুষ্ঠিত হ’ব ভোগালী বিহু
Category: Assamese News
নিউজ ব্যুৰ’,নগাঁও,৫জানুৱাৰী:–পাকিস্তানৰ কাৰাগাৰত নগাঁৱৰ এগৰাকী মহিলা ১০ বছৰীয়া পুত্ৰসহ বন্দী হৈ থকা বাতৰিয়ে সমগ্ৰ নগাঁও চহৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । কাৰাবন্দী হৈ থকা মহিলাগৰাকী নগাঁও চহৰৰ বৰবজাৰৰ ৱাহিদা বেগম । জানিব পৰা মতে ৱাহিদা বেগম নামৰ এগৰাকী মহিলা ১ নবেম্বৰৰ পৰা তেওঁৰ ১০ বছৰীয়া পুত্ৰ সন্তানসহ যোৱা সন্ধানহীন হৈ
শেহতীয়াকৈ চৰ্চালৈ আহিছিল এখন বিয়া! হয়, চানচিল্ক চেম্পুক লৈ যে তুমুল বাক-বিতণ্ডা চলিছিল সেইখন বিয়াৰ কথাকে কৈছোঁ। আমি সকলোৱে জানো যে বিয়াৰ পিছত এগৰাকী ছোৱালীৰ জীৱনত বহু পৰিৱৰ্তন ঘটে। মাক-দেউতাকৰ আপোন ঘৰখন এৰি এখন সম্পূৰ্ণ নতুন ঘৰত থাকিব লগা হয়। পত্নী হোৱাৰ সমান্তৰালকৈ ছোৱালীজনীয়ে নতুন ঘৰখনত এগৰাকী বোৱাৰীৰ লগতে আন
সকলো প্ৰশ্নৰ এটাই সমাধান, সেয়া হৈছে গুগল(Google)। সকলো প্ৰশ্নৰেই উত্তৰ যদি কাৰোবাৰ হাতত আছে, তেন্তে সেয়া হ’ল গুগল। সকলোৱে নিজৰ সন্দেহ সমাধানৰ বাবে গুগলৰ সহায় লয়। আপোনাৰ গুগলত কৰা সন্ধানৰ ইতিহাস মচি পেলোৱাৰ বিকল্প আছে যদিও নিশ্চিতভাৱে গুগলত সেয়া কৰবাত নহয় কৰবাত সংৰক্ষণ হয় ৰয়। শেহতীয়া এক অধ্যয়নত এনে এক
যদি আপুনি কোনো ব্যৱসায় কৰে বা ব্যৱসায়ৰ সৈতে জড়িত তেন্তে আপুনি প্ৰতিদিনে বৃহতসংখ্যক নগদ ধনৰ লেনদেন কৰিবলগীয়া হয়। এনে পৰিস্থিতিত আপুনি ভুৱা নোট পোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। কাৰণ বহু সময়ত নগদ ধনৰ লগত এখন বা দুখন ভুৱা নোট আহে। এয়া কোনো নতুন ঘটনা নহয়!!! যদি আপোনাৰ লগত যে এনেকুৱা একো