ভগৱান শিৱ হৈছে আদি আৰু অনন্ত.. তেওঁ পূজা কৰিলে তিনি লোকৰ সুখ পোৱা যায়.. ভগৱান শিৱ’ই জগতৰ কল্যাণৰ হকে- বিভিন্ন সময়ত বিভিন্ন অৱতাৰ.., অংশ অৱতাৰ ধাৰণ-কৰিছিল বুলি শাস্ত্রত পোৱা যায়।। অৰ্ধনাৰীশ্বৰ তাৰেই ভিতৰত এক অন্যাতম অৱতাৰ..।। এই অৱতাৰত আমি দেখাপাওঁ- ভগৱান শিৱৰ দেহৰ আধা অংশ-পুৰুষৰ আৰু বাকী-আধা অংশ নাৰীৰ.. এই
Category: Assamese News
মহাভাৰতৰ অনুসাশন পৰ্বত ধৰ্মৰাজ যুধিষ্ঠিৰ’ক উপদেশ দিছিল- শৰশয্যাত পৰি থকা-গংগাপুত্ৰ ভীষ্মই….!! কুৰুক্ষেত্ৰৰ যুদ্ধত জয়ী হৈ.. জেষ্ঠ্য পাণ্ডৱ-‘ধৰ্মৰাজ যুধিষ্ঠিৰ’ হষ্ঠিনাপুৰৰ সিংহাসনত বহাৰ পূৰ্বে ভগৱান শ্রী কৃষ্ণৰ পৰামৰ্শতে-শৰশয্যাত পৰি থকা ৰাজনীতিত মহানিপুন- মহাজ্ঞানী-ভীষ্মৰ আৰ্শীবাদ আৰু দিহা পৰামৰ্শ লবলৈ যাওঁতে- ভীষ্মই হস্তিনাপুৰৰ নতুন ৰজা-যুধিষ্ঠিৰক নিজ অভিজ্ঞতাৰ পৰা-বিভিন্ন বিষয়ত বহুত মূল্যবান পৰামৰ্শ দিছিল.. ।
ভগৱান শ্ৰী গণেশ প্ৰথম পূজনীয় দেৱতা হয়।কোনো শুভ কাৰ্য্য কৰাৰ আগে-ভগৱান শ্ৰী গণেশৰ পূজা-অৰ্চনা কৰা হয়।বুধবাৰৰ দিনটো ভগৱান শ্ৰী গণেশৰ ওপৰত সমৰ্পিত।এইদিনা বিধি-বিধানেৰে ভগৱান শ্ৰী গণেশৰ পূজা কৰিলে-ভগৱান শ্ৰী গণেশৰ কৃপাত-সকলো মনৰকামনা পূৰ্ণ হয়। ভগৱান শ্ৰী গণেশক প্ৰসন্ন কৰিবলৈ-বুধবাৰৰ দিনা কৰিব লাগে-এইসমূহ উপায়- ভগৱান শ্ৰী গণেশক দুৱৰি অৰ্পণ কৰিব লাগে-
নাজিৰাৰ চণ্টকত অঘটন।চাহ বাগিছাৰ কলঘৰৰ সমীপৰ এটা পুখুৰীত আজি পুৱাই উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ।ঘটনা সন্দৰ্ভত আটছাৰ সভাপতি,সম্পাদকৰ প্ৰতিক্ৰিয়া মৃতদেহটো চণ্টক শিকলি দলংৰ সমীপৰ পুষ্পা বৰাইক(৪৫) বুলি জানিব পৰা গৈছে। আজি পুৱাৰ পৰা নিৰুদ্দেশ হৈ আছিল পুষ্পা বৰাইক নামৰ এইগৰাকী মহিলা। আজি পুৱাই মহিলাগৰাকী মৃতদেহটো চাহ বাগিছাৰ পুখুৰীত ওপঙি থকা
মাজনিশা গুৱাহাটী মহানগৰীৰ চানমাৰি থানাত হঠাৎ উপস্থিত কণ্ঠশিল্পী দীপলিনা ডেকা । গুৱাহাটীৰ মৃদুল নাথ নামৰ এজন লোকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি থানাত এজাহাৰ দাখিল কৰে শিল্পীগৰাকীয়ে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি লোকজনে মানসিক অত্যাচাৰ চলাই আহিছিল দীপলিনা ডেকাক। ফোনতো দীপলিনা ডেকাৰ সৈতে প্ৰায়ে অশ্লীল বাৰ্তালাপ কৰিব বিচাৰিছিল বুলি অভিযোগ উত্থাপন