চিনেমাত অভিনেতা-অভিনেত্ৰীৰ প্ৰেম কাহিনীবোৰ প্ৰায়ে সম্পূৰ্ণ হৈ উঠে যদিও বাস্তৱ জীৱনত কেতিয়াবা কিছুমান প্ৰেম কাহিনী আধৰুৱা হৈয়েই থাকে। তেনে এক প্ৰেম কাহিনী আছিল অভিষেক বচ্চন আৰু কৰিশ্মা কাপুৰৰ। কৰিশ্মা আৰু অভিষেকে এটা সময়ত ইজনে সিজনক বহুত ভাল পাইছিল। আনকি দুয়োৰে বাগ্দানও সম্পন্ন হৈছিল। বচ্চন পৰিয়ালটোৱে কৰিশ্মাক নিজৰ ঘৰৰ বোৱাৰী কৰি
Category: Assamese News
‘সাথ নিভানা সাথিয়া’ৰ গোপী বাহু ওৰফে দেৱোলীনা ভট্টাচাৰ্জীয়ে গোপনে বিয়া হোৱাৰ পিছৰে পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। মানুহে তেওঁক অহৰহ টাৰ্গেট কৰি আছে। কেৱল এয়াই নহয়, কিছুমানে ধৰ্মৰ পাঠও শিকাইছে। কোনোৱে তেওঁক বলীউডৰ অভিনেত্ৰী আলিয়া ভাটৰ সৈতে তুলনা কৰি কয় যে গৰ্ভৱতী হোৱাৰ বাবেই তেওঁও এনেদৰে খৰখেদাকৈ বিয়া পাতিছিল।
আপুনি যিমানেই শিক্ষিত নহওক কিয়, ডাক্তৰৰ হাতৰ আখৰ পঢ়াটো অসম্ভৱ। কেৱল মেডিকেল ষ্ট’ৰে বুজিব পাৰে বা ডাক্তৰে নিজেই বুজিব পাৰে ডাক্তৰৰ হাতৰ আখৰ। আপোনাৰ আৰু আমাৰ দৰে মানুহৰ বাবে ডাক্তৰৰ লিখনি পঢ়িবলৈ বৰ কষ্টকৰ। অৱশ্যে যেতিয়া গুগল বাবা থাকে তেতিয়া কি চিন্তা কৰিব লাগে। এতিয়ালৈকে গুগলে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিছে
শোৱাৰ পৰা উঠি এগিলাচ গৰম পানী খাই দিনটো আৰম্ভ কৰে অনেকে । নিশা শোৱাৰ সময়ত সাত-আঠ ঘণ্টা পানী নোখোৱাৰ পাছত এই অভ্যাসে যে কেৱল তৃষ্ণা পূৰণ কৰে তেনে নহয় । ওজন কমোৱাত, খাদ্য হজম কৰাত, আনকি বৃক্কৰ কার্যকাৰিতা ৰক্ষা কৰাতো সহায় কৰে । বিশেষজ্ঞসকলৰ মতে, পুৱা খালি পেটত গৰম পানী খোৱাৰ
বৰ্তমান যেন প্ৰায় মানুহৰ এটাই সমস্যা ৰাতি টোপনি নহা । আচলতে এই সমস্যাৰ লগত আমাৰ খাদ্যভ্যাস জড়িত হৈ থাকে । দিনৰভাগত ভাল, এনে কিছুমান খাদ্য আছে , যিবোৰ নিশা খালে আমাৰ শৰীৰত উপকাৰ কৰাৰ সলনি অপকাৰহে কৰিব পাৰে । সাধাৰণতে নিশা আমি সদায় পাতলীয়া তথা কম তেল-মচলাযুক্ত আহাৰ খাব লাগে । নিশাৰ