Category: Assamese News

সৰুৰেপৰা এই ৭ টা গুণ সন্তানক শিকাব লাগে

সৰুৰেপৰা এই ৭ টা গুণ সন্তানক শিকাব লাগে

*এটি শিশু দেশৰ ভৱিষ্যতৰ নাগৰিক।সৰুৰে পৰাই শিশুক কিছু ভাল অভ্যাস গঠন কৰিবলৈ শিকালে এসময়ত তেওঁ-এজন সফল নাগৰিক হব পাৰিব। শিশুৰ শিক্ষাৰ প্ৰথমক্ষেত্ৰ হৈছে নিজৰ ঘৰখন।ঘৰখনৰ পৰাই শিশুৰ শিক্ষা জীৱন আৰম্ভ হয়।গতিকে ঘৰখনৰ জেষ্ঠ্য সকলে শিশুক এই-কথা শিকোৱাটো একান্তই আৱশ্যক। ক)সহযোগিতা- সহমৰ্মিতা বা সহযোগিতা এই অভ্যাস-সৰুৰে পৰা এটি শিশুক শিকাব লাগে।যিহেতু

নতুন বছৰত শ্ৰীকৃষ্ণক কৰক পূজা, গোটেই বছৰটো থাকিব কৃপা, হ’ব টকাৰ বৰষুণ…

নতুন বছৰত শ্ৰীকৃষ্ণক কৰক পূজা, গোটেই বছৰটো থাকিব কৃপা, হ’ব টকাৰ বৰষুণ…

কোৱা হয় যে নতুন বছৰ যদি ঈশ্বৰৰ ভক্তি আৰু পূজা, দান-বৰঙণিৰে আৰম্ভ হয়, তেন্তে গোটেই বছৰটোত সমৃদ্ধিৰে উপচি পৰে। লগতে প্ৰতিটো কাম সম্পূৰ্ণ হৈ যায়। বিশেষ কথাটো হ’ল ২০২৩ চনৰ প্ৰথম দিনটোত চাৰিটা শুভ কাকতলীয়া ঘটনা সংযোগ হৈছে। ২০২৩ চনৰ ১ জানুৱাৰীত শিৱ, সিদ্ধ, সৰ্বাৰ্থ সিদ্ধি আৰু ৰবি যোগৰ এক

শীতৰ আগমনৰ লগে লগে জ্বৰ–চৰ্দি–কাহ হৈছে নেকি? আৰম্ভণিতে ঔষধ নহয়, ব্যৱহাৰ কৰক এই ঘৰুৱা উপায়

শীতৰ আগমনৰ লগে লগে জ্বৰ–চৰ্দি–কাহ হৈছে নেকি? আৰম্ভণিতে ঔষধ নহয়, ব্যৱহাৰ কৰক এই ঘৰুৱা উপায়

ঋতু পৰিৱৰ্তনৰ এই সময় আমাৰ শৰীৰৰ বাবে মাৰাত্মক ক্ষতিকাৰক! জ্বৰ–চৰ্দি–কাহ আদিয়ে আমাৰ শৰীৰক ব্যতিব্যস্ত কৰি তোলে। শৰীৰ ক্লান্ত, ভোক নলগা, কাম কৰাৰ শক্তি নাইকীয়া হয়! এনে অৱস্থাত চিকিৎসকৰ কাষ চাপিলে আপোনাক দিব এণ্টিবায়টিক! কিন্তু চিকিৎসকক দেখুওৱাৰ পূৰ্বে আপুনি কেতবোৰ ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰে।   1/ 6 ঋতু পৰিৱৰ্তনৰ এই সময়

শীতকালত টেঙা দৈ খোৱাটো ভাল নে বেয়া ? জানক

শীতকালত টেঙা দৈ খোৱাটো ভাল নে বেয়া ? জানক

বহুলোকে শীতকালত টেঙা দৈ খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰে। 1/ বহুলোকে শীতকালত টেঙা দৈ খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰে। তেওঁলোকে ভাবে যে ঠাণ্ডাত টেঙা দৈ খোৱাৰ ফলত অধিক ঠাণ্ডা লাগিব পাৰে। অৱশ্যে, শীতকালতো, টেঙা দৈৰ লাভালাভৰ কোনো অন্ত নাই। বহুলোকে শীতকালত টেঙা দৈ খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰে। তেওঁলোকে ভাবে যে ঠাণ্ডাত টেঙা

বিচ্ছেদে প্রভাৱিত নকৰক সন্তানৰ মানসিক স্বাস্থ্য

বিচ্ছেদে প্রভাৱিত নকৰক সন্তানৰ মানসিক স্বাস্থ্য

সাম্প্রতিক সময়ত বিবাহ বিচ্ছেদৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ বিভিন্ন কাৰণত এহাল স্বামী–স্ত্রীয়ে বিচ্ছেদ বিচাৰিব পাৰে৷ কিন্তু তেওঁলোকৰ এনে সিদ্ধান্তই তেওঁলোকৰ সন্তানৰ জীৱন দুর্বিষহ কৰি তুলিব পাৰে৷ শেহতীয়া এক গৱেষণাত প্রকাশ পাইছে যে কিছুমান কিশোৰ–কিশোৰী পঢ়া–শুনাত যথেষ্ট তীক্ষ্ণ হ’লেও বা অন্যান্য দিশত প্রতিভাৰ অধিকাৰী হ’লেও তেওঁলোকে আনৰ পৰা আঁতৰত অৱস্থান কৰে৷