· কামৰূপৰ জোৰশিমুলীত ছাত্রীৰ ৰহস্যজনক আত্মহনন · কিশোৰীগৰাকী ঘোঁৰামাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্রেণীৰ ছাত্রী · নিজ গৃহত চিপ লৈ আত্মহত্যা ছাত্রীগৰাকীৰ · আত্মহত্যাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা নাই · আৰক্ষীৰ তদন্ত আৰম্ভ
Category: Assamese News
আজাৰা, ২৯ এপ্ৰিল : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা থানাৰ অন্তৰ্গত খানামুখত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে পূৱা সংঘটিত এক পথ দূৰ্ঘটনাত এজন লোক গুৰুতৰভাবে আহত হয়। আহত লোকজনক ভাৰত – তিব্বত সীমান্ত পুলিছ চমুকৈ আই টি বি পিৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰস্থিত পূৱ মণ্ডল মুখ্য কাৰ্যালয়ত কৰ্মৰত হেড কনিষ্টবল বিষম
নিউজ ব্যুৰ’,নগাঁও,২৯এপ্ৰিল:–নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামস্থিত “বাপুজী ভৱন আৰু পুথিভঁৰাল”ৰ খেলপথাৰত সোমবাৰৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে পুৰণিগুদাম কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪ । পুৰণিগুদাম কেন্দ্ৰীয় বিহু উদযাপন সমিতিৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ বৰ্ণাঢ্য কাৰ্য্যসূচী অনুসৰি পুৱা ৮ঃ৩০ বজাত বিহুৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে উদ্যাপন সমিতিৰ সভাপতি জ্যোতিৰ্ময়
নিউজ ব্যুৰ’,নগাঁও,২৯এপ্ৰিল:–মিচিং জনগোষ্ঠীৰ সাজপাৰৰ এখন বিপনী সোমবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী শেনছোৱাত মুকলি কৰা হয়। মিচিং লোকসকলৰ সাজপাৰক অধিক জনমুখী কৰাৰ প্ৰয়াসৰে এই বিপনীখন মুকলি কৰা হৈছে । বিপনীখনত মিচিং জনগোষ্ঠীৰ সাজৰ উপৰি মুগা কাপোৰৰ সাজপাৰ উপলব্ধ হ’ব। বিপনীখন সোমবাৰে আনুষ্ঠানিকভাৱে নিয়মৰ মাজেৰে মুকলি কৰে নগাঁও সদৰ ৰাজহ চক্ৰৰ চক্ৰ
দেওবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। উন্নাও-হৰদয় পথত এখন তীব্ৰবেগী ট্ৰাক আৰু এখন বাছৰ মাজত হয় সংঘৰ্ষ। মুখামুখি সংঘৰ্ষত বাছখনৰ সোঁফালটো টুকুৰা-টুকুৰ হৈ পৰে। অভাৰটেক কৰিবলৈ যাওতে ট্ৰাকখনে বাছখনক খুন্দা মাৰে। এই দুৰ্ঘটনাত ৮ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ১৯ জন যাত্ৰী আহত হয়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ