দৈনন্দিন ৰন্ধন-প্ৰকৰণত পিঁয়াজৰ গুৰুত্ব অনস্বীকাৰ্য। আপুনি দৈনিক পিঁয়াজ খায় নেকি? তেন্তে আপোনাৰ শৰীৰত হ’ব পাৰে এনেবোৰ পৰিঘটনা। পিঁয়াজৰ আছে বহু উপকাৰিতা। ২৫০০ বছৰৰ আগতে পিঁয়াজক মানুহে পূজা কৰিছিল। পিঁয়াজ খালে অমৰ হোৱা বুলি বিশ্বাস কৰিছিল একাংশ লোকে। কিন্তু বৰ্তমান সেই অন্ধবিশ্বাস দূৰ হ’ল। পিঁয়াজ খালে যে অমৰ হয় তেনে নহয়
Category: Assamese News
অৱসাদ বিনোদনৰ বাবে আপুনিও কেতিয়াবা আশ্ৰয় লৈছে নেকি সুৰাৰ দৰে এক সামাজিক ব্যাধিৰ..??? বহু সময়ত বটলত সতৰ্কবাণী লিখাৰ পিছতো সুৰা স্বাস্থ্যৰ বাবে উপকাৰী বুলি বহুলোকে দাবী তোলা দেখা গৈছিল।কিন্তু শেহতীয়া এক তথ্য অনুসৰি পূৰ্বত উত্থাপিত তথ্যবোৰ এক ভ্ৰান্ত ধাৰণা বুলিহে গণ্য কৰা দেখা গৈছে। আমেৰিকাৰ নেচনেল ইনষ্টিটিউটৰ গৱেষকসকলে কিছু দিন
এগৰাকী নাৰীৰ কাম কাজে এখন ঘৰক স্বৰ্গসুখ প্ৰদান কৰে বুলি আমি অতীজৰে পৰা শুনি আহিছোঁ। তাৰ উপৰিও নাৰীৰ সাদৰী লক্ষণেও এই দিশত ধনাত্মকভাবে সহায় কৰাও দেখা যায়। লক্ষ্মীদেৱীৰ কৃপা দৃষ্টিৰ বাবে নাৰীৰ কিছু কৰণীয় এনেধৰণৰ- শাস্ত্ৰত উল্লেখ কৰা অনুসৰি প্ৰভাতত শোৱাপাটী এৰি যোগ আৰু প্রানায়ামৰ সংগী হলে এগৰাকী নাৰী সুস্বাস্থ্যৰ
হাড় আৰু দাঁত সুস্থ হোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণে কেলচিয়াম গ্ৰহণ কৰাৰ বিকল্প নাই। একেদৰে সুস্থ হৈ থাকিবলৈ দৈনন্দিন খাদ্যত কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বি থকাটো গুৰুত্বপূৰ্ণ, লগতে পৰ্যাপ্ত পৰিমাণত ভিটামিন আৰু খনিজ পদাৰ্থও থকাটো গুৰুত্বপূৰ্ণ। আৰু এই খনিজ পদাৰ্থবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থটো হ’ল কেলচিয়াম। বয়স বৃদ্ধিৰ লগে লগে শৰীৰত
১) মুৰ কামোৰণিত: আমলখিৰ ৰস বগা চন্দনৰ লগত মিহলি কৰি কপালত সানিলে মুৰ কামোৰণি ভাল হয়। ২) চুলি সৰা: কেইটামান আমলখি থেতেলিয়াই এৰাতি মুৰত বান্ধি ৰাখিলে চুলি সৰা বন্ধ হয়। ৩) সৰু ল’ৰা-ছোৱালীৰ পয়ালগা ৰোগ: এই বেমাৰত আমলখিৰ ৰসে সুফল দিয়ে। নিয়মীয়াকৈ কেঁচুৱাক ইয়াৰ ৰস ১০ গ্ৰামকৈ প্ৰতিদিনে খুৱাব শিশুৰ পয়ালগা ৰোগ