শীত কালত ছালৰ লগতে চুলিও ৰুক্ষ হোৱা দেখা যায় । শীতত ক্ৰমে প্ৰাণহীন হৈ পৰা চুলিকোছাৰ যতন ল’বলৈ আমাৰ ডায়েট লিষ্টত কি পাচলি সংযোগ কৰিব । বিশেষকৈ এই ঋতুত প্ৰোটিন, ভিটামিন ও মিনাৰেলযুক্ত আহাৰ খোৱাটো খুবেই আৱশ্যক । কেৱল শীতৰ সময়ছোৱাতে নহয় , সকলো সময়তে সুষম খাদ্যভ্যাসে আপোনাৰ চুলিকোছাৰ সঠিক যতন ল’ব আৰু
Category: Assamese News
জন্মৰ পিছৰ এদিনৰ শিশুক গা ধুওৱাৰ প্রয়োজন নাই৷ কুহুমীয়া গৰম পানী লৈ কপাহ বা কোমল কাপোৰ তিয়াই লৈ গাটো আলফুলকৈ মোহাৰি পৰিষ্কাৰ কৰি দিব লাগে৷ কৰঙনৰ চুক দুটা আৰু গুহ্যদ্বাৰৰ চাৰিওফালৰ ঠাইখিনি পৰিষ্কাৰ কৰি দিয়াত গুৰুত্ব দিব লাগে৷ কেঁচুৱাক গা ধুৱাওতে সদায় কুহুমীয়া গৰম পানী আৰু কোমল চাবোনহে ব্যৱহাৰ কৰিব
যদি আপুনি জীৱনত সফল হ’ব বিচাৰে তেন্তে সঠিক পৰিকল্পনাৰে আগুৱাই যোৱাৰ বাহিৰে আন কোনো বিকল্প নাই। গতিকে আমাৰ দীৰ্ঘদিনীয়া সপোন পূৰণৰ বাবে আমি কি কৰিব লাগিব, সেই বিষয়ে তলত আলোচনা কৰা হৈছে, সেই বাবে সম্পূর্ণ পঢ়িব মাহেকীয়া বাজেট তৈয়াৰ কৰা, বাজেট প্ৰস্তুত কৰাটো আটাইতকৈ সহজ উপায় ! যিয়ে আপোনাৰ আয় আৰু
ছালৰ যত্ন ল’বলৈ আমি না-না ধৰণৰ প্ৰসাধন ব্যৱহাৰ কৰোঁ। দিনত চানস্ক্ৰিন আৰু ৰাতিত নাইট ক্ৰিম ঘঁহি বিচনালৈ যাওঁ । কিন্তু পুৱা শুই উঠাৰ পিছত আপুনি কেনেধৰণে ছালৰ যত্ন লয় | আচলতে ছাল ভালে ৰাখিবলৈ পুৱা-গধূলি সকলো সময়তে যত্ন লোৱাটো খুবেই জৰুৰী । মৰ্ণিং চৌজ দ্যা ডে অৰ্থাৎ পুৱা আৰম্ভণিতে ছালৰ
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ [আইচিএমআৰ]-এ দেশবাসীক সাধাৰণ জ্বৰ বা ভাইৰেলৰ দৰে ৰোগত এণ্টিবায়টিক ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছে৷ ইয়াৰ উপৰি চিকিৎসকসকলক ৰোগীক ঔষধ সেৱনৰ পৰামৰ্শ দিয়াৰ সময়ত ৰোগৰ সময়সীমা বিষয়টোৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়াইছে৷ আইচিএমআৰে নিৰ্দেশনাত কোৱা হৈছে যে সাধাৰণ সংক্ৰমণত প্তদিন, হাস্পতালত হোৱা নিমুনিয়াৰ বাবে জ্জ্ব দিনৰ বাবে