Category: Assamese News

পঞ্চম জুনিয়ৰ আৰু ছুপাৰ মিনি ৰোল বল আন্তঃজিলা চেম্পিয়নশ্বিপৰ সফল সামৰণি,গুৱাহাটীক শ্ৰেষ্ঠ দলৰ সন্মান

পঞ্চম জুনিয়ৰ আৰু ছুপাৰ মিনি ৰোল বল আন্তঃজিলা চেম্পিয়নশ্বিপৰ সফল সামৰণি,গুৱাহাটীক শ্ৰেষ্ঠ দলৰ সন্মান

গুৱাহাটী , ৭ এপ্ৰিল ঃ ৪ ৰ পৰা ৬ এপ্ৰিললৈ দিছপুৰৰ ৰুদ্ৰ সিংহ ৰোল বল ফিল্ডত অনুষ্ঠিত হয় পঞ্চম জুনিয়ৰ আৰু ছুপাৰ মিনি ৰোল বল আন্তঃজিলা চেম্পিয়নশ্বিপ । দেওবাৰে বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ প্ৰাক্তন যুটীয়া সম্পাদক প্ৰণৱ শ‌ইকীয়া, গুৱাহাটী ৰোল বল সন্থাৰ সভাপতি দীপক নাথ, অসম

গোসাইগাওঁত ৱাকফ্ সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ

গোসাইগাওঁত ৱাকফ্ সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ

সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশত ৰাজ্যজুৰি গ্ৰহণ কৰা প্ৰতিবাদৰ অংশস্বৰূপে গোসাইগাওঁতো জামে মছজিদতো বিধেয়ক দাহন কাৰ্যসূচী গ্ৰহণ কৰে। ৱাকফ্ সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী আমছুৰ। ৱাকফ্ মুছলমানৰ সম্পত্তি, ৱাকফ্ মুছলমানৰ পূৰ্ব পুৰুষে দি যোৱা সম্পত্তি। ইয়াক কোনো সংশোধনীৰ প্ৰয়োজন নাই বুলি দাবী উত্থাপন কৰি চৰকাৰে

কৃতি শিক্ষক অনিল কলিতালৈ মুখ্যমন্ত্ৰীৰ বিহুৱান আৰু বিহুৰ শুভেচ্ছা প্ৰেৰণ

কৃতি শিক্ষক অনিল কলিতালৈ মুখ্যমন্ত্ৰীৰ বিহুৱান আৰু বিহুৰ শুভেচ্ছা প্ৰেৰণ

পলাশবাৰী,২ এপ্ৰিল: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তি, শিল্পী-সাহিত্যিক, ক্ৰীড়াবিদ, শিক্ষাবিদ, সমাজসেৱক আদি বিভিন্নজনলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা আৰু বিহুৱান প্ৰেৰণ কৰিছে ৷ সমগ্ৰ ৰাজ্যখনৰ লগতে কামৰূপ জিলাৰ বিশিষ্ঠ ব্যক্তি, শিক্ষক সমাজ আদিলৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়াইছে বিহুৱান আৰু শুভেচ্ছাবাণী ৷ দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ হুদুমপুৰ নিবাসী তথা

ভুল দিশত তুলসী ৰোপণ নকৰিব, নহ’লে হ’ব মহাবিপদ!

ভুল দিশত তুলসী ৰোপণ নকৰিব, নহ’লে হ’ব মহাবিপদ!

তুলসী বুলিলেই প্ৰতিজন মানুহৰ মনত এক বিশেষ মনোভাৱ জাগ্ৰত হয়। হিন্দু ধৰ্মত তুলসীৰ বিশেষ গুৰুত্ব আছে। মানুহৰ শৰীৰৰ বাবেও তুলসী অতি প্ৰয়োজনীয়। কাতি অৰ্থাৎ কঙালীবিহুত অসমত প্ৰতিজন অসমীয়াই নিজৰ ঘৰত থকা তুলসী গছ জোপাৰ তলত চাকি জ্বলাই সেৱা কৰে। অৰ্থাৎ আমাৰ ধৰ্মীয় ক্ষেত্ৰখনতো তুলসীৰ বিশেষ গুৰুত্বতা আছে। সকলোৰে ঘৰতে তুলসী

দিছপুৰ প্ৰেছ ক্লাবত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

দিছপুৰ প্ৰেছ ক্লাবত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

গুৱাহাটী ২৩ মাৰ্চ: দিছপুৰ প্ৰেছ ক্লাব আৰু ইষ্টাৰ্ণ ষ্ট’ন কিডনী ফাউণ্ডেশ্যনৰ উদ্যোগত তথা কিডনী হস্পিটেল আই ইউ কে ডি’ৰ সহযোগত আজি দিছপুৰ প্ৰেছ ক্লাবত সাংবাদিক, সংবাদ কৰ্মী আৰু ৰাইজৰ বাবে আয়োজন কৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সুকলমে সম্পন্ন হয়।বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত সাংবাদিক -সংবাদকৰ্মী সহ শতাধিক লোকে উপস্হিত থাকি বিনামূলীয়া