Category: Assamese News

আপোনাৰ ৰাতিৰ সময়তহে কাহ হয় নেকি ?

আপোনাৰ ৰাতিৰ সময়তহে কাহ হয় নেকি ?

ৰাতি কাহৰ বাবে আপুনিও অসুবিধা পায় নেকি ? ৰাতি কাহৰ সমস্যা বহু লোকৰ দেহত দেখা যায়। এই সমস্যাৰ কাৰণ হ’ল চৰ্দি । একে সময়তে শৰীৰত অতিৰিক্ত শ্লেষ্মা গঠন হ’বলৈ আৰম্ভ কৰিলে এই সমস্যা বেছি হয়। এনে পৰিস্থিতিত ৰাতি শুই থাকিলে ডিঙিত শ্লেষ্মা আহে, যাৰ বাবে কাহৰ সমস্যা আৰম্ভ হয়।বাৰু, ৰাতি

কিডনী ভালে ৰখাৰ বাবে খাওক এই ৭ বিধ খাদ্য !

কিডনী ভালে ৰখাৰ বাবে খাওক এই ৭ বিধ খাদ্য !

মানৱ দেহৰ মগজু, হূৎপিণ্ড যিদৰে গুৰুত্বপূর্ণ অংগ, ঠিক তেনেদৰে কিডনীও অতি গুৰুত্বপূর্ণ অংগ৷ কিডনী দুটাৰ অবিহনে মানুহ জীয়াই থকা অসম্ভৱ৷ কিডনীয়ে শৰীৰৰ অতিৰিক্ত পানী আৰু ক্ষতিকাৰক টক্সিন প্রস্রাৱৰ মাধ্যমেৰে বাহিৰ কৰাৰ লগতে আমাৰ শৰীৰত থকা ইলেক্ট্র’লাইট আৰু বিভিন্ন তৰল পদার্থবোৰৰ ভাৰসাম্য ৰক্ষা কৰে৷ এই কিডনীৰ ৰোগ হোৱাৰ ফলত প্রস্রাৱৰ বিভিন্ন সমস্যা,

হঠাৎ থিয় হৈ দিলে আপোনাৰো মূৰ ঘূৰাই নেকি?

হঠাৎ থিয় হৈ দিলে আপোনাৰো মূৰ ঘূৰাই নেকি?

বহুতে প্ৰায়ে মূৰ ঘূৰোৱাৰ অভিযোগ কৰে। বেছিভাগ মানুহেই ৰাতিপুৱা বা বহি থকা অবস্থাৰ পৰা হঠাৎ থিয় হলে বা শুই উঠাৰ পিছত এই সমস্যা অনুভৱ কৰে। মূৰ ঘূৰোৱাৰ সমস্যাটো সাধাৰণ। কেতিয়াবা শৰীৰত তেজৰ অভাৱৰ বাবেও মূৰ ঘূৰোৱা দেখা যায়, কিন্তু যদি প্ৰতিদিনে বাৰে বাৰে মূৰ ঘূৰোৱা বা ভেৰ্টিগোৰ অভিযোগ হয়, তেন্তে

শিশুটিৰ সৈতে আপুনিও কৰে নেকি এই ভুল, আজিয়ে পৰিহাৰ কৰক

শিশুটিৰ সৈতে আপুনিও কৰে নেকি এই ভুল, আজিয়ে পৰিহাৰ কৰক

পিতৃ-মাতৃ হ’ল আমাৰ জীৱনদাতা, পালনকৰ্তা আৰু জীৱনৰ দিশ নিৰ্ণয়কাৰী। মাক-দেউতাকৰ অশেষ কষ্ট আৰু ত্যাগৰ বলত ল’ৰা-ছোৱালী জন্ম আৰু ডাঙৰ-দীঘল হয় । সন্তানৰ শিক্ষা, জ্ঞান, সামাজিক,সাংস্কৃতিক সকলো দিশ প্ৰথম অংকুৰণ হয় নিজ ঘৰখনৰপৰাই। সকলো পিতৃ-মাতৃয়ে ল’ৰা-ছোৱালীক ভালকৈ পঢ়া-শুনোৱা কৰোৱাৰ পাছত জীৱনটো সু-প্ৰতিষ্ঠা লাভ কৰাৰ সপোন দেখে। তাৰে কিছু অভিভাৱক এই ক্ষেত্ৰত

হূদপিণ্ডক ভালে ৰখাৰ কৌশল

হূদপিণ্ডক ভালে ৰখাৰ কৌশল

ডাঃ নৰোত্তম সোণোৱাল নিজৰ হূদয়ক সুস্থ জীৱনশৈলীৰ অনুশীলনৰ দ্বাৰা ৰোগক প্রতিহত কৰি ৰাখিব পাৰি৷ যদিও হূদৰোগে অকালতে জীৱন কাঢ়ি নি মৃত্যুদূত আখ্যা পোৱা ৰোগবিলাকৰ নেতৃত্ব বহন কৰি আহিছে৷ তৎসত্ত্বেও সেয়া হ’ল বুলিয়ে এইটো চিৰসত্য বুলি মানি ল’ব নালাগে যে ইয়ে বিধিৰ বিধান৷ ইয়াৰ পৰা পৰিত্রাণ পোৱাৰ কোনো উপায় নাই, এনে