নিউজ ব্যুৰ’,নগাঁও,২৮জুন:–নগাঁও জিলাৰ বটদ্ৰৱা আৰু ৰহা বিধানসভা সমষ্টি সংযোগী ৰাইদঙীয়া-ডিমৌ সংযোগী পথটোৰ বৰ্তমান দুৰৱস্থাই সৰ্বসাধাৰণ পথচাৰী ৰাইজক জলা-কলা খুৱাইছে । অৱশ্যে গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ লোক নিৰ্মাণ বিভাগে কেইবছৰমান পূৰ্বে এই জৰাজীৰ্ণ পথটিৰ অধিকাংশ পুনৰ নিৰ্মাণ কৰিলে যদিও পথছোৱাৰ ৰহা সমষ্টিৰ অন্তৰ্গত শেতালী- কুঁজাৰবড়ি অংশছোৱাত মাত্ৰ কেইটামান শিলগুটি আৰু মাটি-বালি
Category: Assamese News
নিউজ ব্যুৰ’,নগাঁও,২৬জুন:–নগাঁও জিলাৰ ৰহাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ৰহা মহাবিদ্যালয়লৈ যোৱা পথত এবুকু পানী । মহাবিদ্যালয়লৈ অহা-যোৱা কৰা পথটো সম্প্ৰতি পানীৰ তলতে আছে । নাওলৈ অহা-যোৱা কৰা লোকসকলে জনোৱা মতে তীব্ৰ সোঁতত পথছোৱাৰ বহু ঠাইত চিগি গৈছে । মহাবিদ্যালয়খনৰ অধ্যক্ষৰ কোঠাকে ধৰি সকলো কোঠাতে পানী সোমোৱাত নষ্ট হৈছে বহু
অসমৰ বান বিধ্বস্ত লোকসকলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সহায়ৰ হাত আগবঢ়াইছে। বানপীড়িতসকলক সহায়ৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াইছে বলীউডৰ কেইবাগৰকীও তাৰকাৰ লগতে দেশৰ উদ্যোগপতিয়ে। ইয়াৰ মাজতে শুকুৰবাৰে বান বিধ্বস্ত অসমৰ এই বিপদকালত সহায়ৰ হাত আগবঢ়াইছে আম্বানী পৰিয়ালে। শুকুৰবাৰে দেশৰ আটাইতকৈ ধনী ব্যক্তি তথা উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ
অভিযুক্ত লম্পট বিকাশ গগৈক গ্রেপ্তাৰ; চাৰি জাঁই সক্রিয় গুলীসহ পইণ্ট ৩২ পিষ্টল জব্দ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ধর্ষণ–হত্যা–লুণ্ঠনৰ ঘটনা৷ কালি নিশা পুনৰ গুৱাহাটীৰ পাঞ্জাবাৰীৰ এটা গেষ্ট হাউছত সংঘটিত হয় এক ধর্ষণকাণ্ড৷ পাঞ্জাবাৰীৰ ফখৰুদ্দিন আলি আহমেদ পথৰ ফাৰইষ্ট গেষ্ট হাউছত মূৰত পিষ্টল লগাই মৃত্যুৰ ভাবুকি দি বিকাশ গগৈ নামৰ এটা
“তৃণমূল কংগ্ৰেছৰ সন্মানীয় সাংসদ আৰু ৰাষ্ট্ৰীয় মুখপাত্ৰ ডা° শান্তনু সেন আৰু অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত আজি মই তৃণমূল কংগ্ৰেছত যোগদান কৰিলোঁ।”: দিলীপ কুমাৰ শৰ্মা ।