অসমৰ জনপ্ৰিয় গায়িকা জুবলী বৰুৱা বিগত ৫ দিন ধৰি গুৱাহাটীৰ হেল্থ চিটি হস্পিটেলত চিকিৎসাধীন হৈ আছে। ক’ভিদৰ পিছত হোৱা কিছু জটিলতা আৰু ভাইৰেল নিউমোনিয়াত আক্ৰান্ত হোৱাৰ বাবে জুবলী কিছুদিনৰ আগতে হেল্থ চিটি হস্পিটেলত এডমিত হৈছিল। প্ৰতিবেদন অনুসৰি তেওঁৰ অৱস্থা এতিয়া স্থিৰ হৈ আছে। লক্ষণীয়ভাৱে, গায়িকা জুবলী বৰুৱা যোৱা এপ্ৰিল মাহত
Category: Assamese News
নিউজ ব্যুৰ’,নগাঁও,১জুন: ”অকণিৰ সাহিত্য সভা”ৰ হৈ নগাঁৱৰ পৰা প্ৰকাশ পাই অহা এটকীয়া শিশু-কবিতাৰ পত্ৰিকা ‘প্ৰিয়বন্ধু’ৰ চতুৰ্থ সংখ্যাটি আজি গুৱাহাটীৰ চছলত উন্মোচন কৰে বিশিষ্ট শিশু-সাহিত্যিক শশীন্দ্ৰ কুমাৰ অধিকাৰীয়ে ৷ পত্ৰিকাখন উন্মোচন কৰি অধিকাৰীয়ে কয় যে শিশু সাহিত্যৰ পথাৰখনত প্ৰিয়বন্ধু এক সু সংযোজন। বিশিষ্ট অতিথিৰ ভাষণত থানেশ্বৰ মালাকাৰে কয় যে সাধাৰণতে সভাগৃহ
ৰাজ্যৰ ৩ শতাধিক এথলীটৰ অংশগ্ৰহন অসম এথলেটিকচ্ সন্থাৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আৰম্ভ হ’ল প্ৰথম বাৰ্ষিক ৰাজ্যিক মুকলি মাষ্টাৰ এথলেটিকচ্ প্ৰতিযোগিতা। পুৰুষ আৰু মহিলা উভয়ৰে ৩৫ বছৰ উৰ্ধ্বৰ পৰা ৯০ বছৰ উৰ্ধ্বৰ প্ৰায় ৩ শতাধিক খেলুৱৈয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহন কৰিছে।৫০০০ মিটাৰ দৌৰ ইভেন্টেৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ শুভ
নিউজ ব্যুৰ’,নগাঁও,১জুন: “পুৰণিগুদাম নগাঁৱৰ এখনি ঐতিহাসিক ঠাই ৷ য’ত দানবীৰ সাউদ ভোলানাথ বৰুৱাৰ দৰে লোকৰ জন্ম হৈছিল ৷ যিগৰাকী ব্যক্তিৰ লগত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা একেলগে থাকি অসমীয়া ভাষা-সাহিত্যৰ উন্নতি হকে কাম কৰিছিল ৷”—এই মন্তব্য বিশিষ্ট সাহিত্যিক, সমালোচক ময়ূৰ বৰাৰ ৷ কালি সাউদ ভোলানাথ বৰুৱা মৃত্যু শতবাৰ্ষিকী উপলক্ষে নগাঁও জিলাৰ পুৰণিগুদামৰ
নিউজ ব্যুৰ’,নগাঁও,৩০মে’:-ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক আদৰ্শ কৃতী শিক্ষক, সমাজসেৱক,নগাঁৱৰ অগ্ৰণী প্ৰতিষ্ঠান ৰুমী-ৰূপকৰ প্ৰতিষ্ঠাপক প্ৰয়াত বলেন্দ্ৰনাথ শৰ্মাৰ ২৫ তম মৃত্যু বাৰ্ষিকী উপলক্ষে আজি এখনি স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হয় ৷ নগাঁও সাংস্কৃতিক প্ৰকল্পৰ সভাগৃহত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনি বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে প্ৰয়াত শৰ্মাৰ পত্নী নিৰু দেৱীয়ে । স্মৃতিচাৰণ সভাখনিত বিশিষ্ট লেখক-সমালোচক উপেন্দ্ৰ বৰকটকীৰ সম্পাদনাত