Category: Assamese News

নগাঁৱৰ জামুগুৰিৰ কবি নন্দেশ্বৰ নাথৰ বাসগৃহত কবি সন্মিলনৰ শোক সভা সম্পন্ন

নগাঁৱৰ জামুগুৰিৰ কবি নন্দেশ্বৰ নাথৰ বাসগৃহত কবি সন্মিলনৰ শোক সভা সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,১২জুন:–সদৌ অসম কবি সন্মিলনৰ আজীৱন সভ্য নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ কবি প্ৰয়াত নন্দেশ্বৰ নাথদেৱৰ বাসগৃহত আজি নগাঁও জিলা কবি সন্মিলন আৰু জামুগুৰি শাখাৰ কবি সন্মিলনে শোক সভা অনুষ্ঠিত কৰে । জামুগুৰি শাখা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক স্বভাৱ কবি নন্দেশ্বৰ নাথদেৱে সদৌ অসম কবি সন্মিলনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে

অভয়াপুৰী কাকৈজানা শোলমাৰি চ’কত সংঘটিত হয় এক পথ দুৰ্ঘটনা

অভয়াপুৰী কাকৈজানা শোলমাৰি চ’কত সংঘটিত হয় এক পথ দুৰ্ঘটনা

আজি আবেলি সংঘটিত হোৱা দূৰ্ঘটনাৰ ফলত বাইক আৰোহী ২ জন গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়। সিদলসতী দিশৰ পৰা গৈ থকা AS01 GC 9349 নম্বৰৰ বলে’ৰ পিক আপ ভেন হঠাৎ ব্ৰেক মাৰে আৰু পিছে পিছে আহি থকা দুচকীয়া বাহন খনে নিয়ন্ত্ৰণ হেৰাই গাড়ী খনত খুন্দা মাৰে ফলত দুজন বাইক আৰোহী গুৰুতৰ ভাৱে

ৰাষ্ট্ৰীয় চিনিয়ৰ এথলেটিকচত হিমা-অম্লানৰ শ্ৰেষ্ঠত্ব

ৰাষ্ট্ৰীয় চিনিয়ৰ এথলেটিকচত হিমা-অম্লানৰ শ্ৰেষ্ঠত্ব

গুৱাহাটী ১১ জুন ২০২২- চেন্নাইত অনুষ্ঠিত হৈ থকা ৬১তম্ ৰাষ্ট্ৰীয় চিনিয়ৰ আন্ত:ৰাজ্যিক এথলেটিকচ প্ৰতিযোগিতাত আজি অসমৰ অম্লান বৰগোহাঁইয়ে পুৰুষৰ ১০০ মিটাৰ দৌৰত ১০:৪৭ চেকেণ্ডেৰে সোণৰ পদক অৰ্জন কৰে। আনহাতে মহিলাৰ ১০০ মিটাৰ দৌৰত অৰ্জুন হিমা দাসে ডুট্টি চাণ্ডক পিছত ৰাখি ১১:৪৩ চেকেণ্ডৰ ব্যৱধানেৰে সোণৰ পদক অৰ্জন কৰে। দুয়োগৰাকী খেলুৱৈৰ সাফল্যত

নগাঁৱৰ শেনছোৱাত খাদ্য নিগমৰ ট্ৰাকৰ খুন্দাত মহিলাৰ মৃত্যু,ৰাইজৰ প্ৰতিবাদ

নগাঁৱৰ শেনছোৱাত খাদ্য নিগমৰ ট্ৰাকৰ খুন্দাত মহিলাৰ মৃত্যু,ৰাইজৰ প্ৰতিবাদ

নিউজ ব্যুৰ’,নগাঁও,১১জুন :–নগাঁও জিলাৰ শেনছোৱাৰ ভাৰতীয় খাদ্য নিগমৰ গুদামলৈ কঢ়িওৱা ট্ৰাকৰ খুন্দাত শুক্ৰবাৰে অনুপ্ৰভা দাস নামৰ এগৰাকী মহিলাই কৰুণ মৃত্যুক সাৱতি লয় । প্ৰাপ্ত বাতৰি মতে ধানৱী নিচান গাড়ী বিক্ৰী প্ৰতিষ্ঠানখনৰ কৰ্মচাৰী অনুপ্ৰভা দাসে কালি কাৰ্যালয়লৈ খোজকাঢ়ি আহি থকা অৱস্থাত এ এছ ০১ এ চি ৭৯৩৮ নম্বৰৰ তীব্ৰবেগী ট্ৰাক এখনে

নগাঁৱত নাট্যকাৰ-পৰিচালক পুণ্যদা বৰা-লোকশিল্পী বসন্ত পাটগিৰিক ৰংগমঞ্চ শিল্পী বঁটা প্ৰদান

নগাঁৱত নাট্যকাৰ-পৰিচালক পুণ্যদা বৰা-লোকশিল্পী বসন্ত পাটগিৰিক ৰংগমঞ্চ শিল্পী বঁটা প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,১০জুন :–নগাঁৱৰ অগ্ৰণী নাট্যমঞ্চ “ৰংগমঞ্চ” ৰ উদ্যোগত বৃহস্পতিবাৰে সন্ধিয়া ২০২২ বৰ্ষৰ “ৰংগমঞ্চ শিল্পী বঁটা” প্ৰদান কৰা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় এখনি নাট্যনুষ্ঠানো । এই উপলক্ষে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত নগাঁৱৰ বিশিষ্ট নাট্যকাৰ-পৰিচালক পুণ্যদা বৰা আৰু পাঠশালাৰ লোকগীতৰ শিল্পী বসন্ত পাটগিৰিক ৰংগমঞ্চৰ শিল্পী বঁটা