Category: Assamese News

সৰ্বশিক্ষাৰ নগাঁৱৰ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰত চুৰি

সৰ্বশিক্ষাৰ নগাঁৱৰ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰত চুৰি

নিউজ ব্যুৰ’,নগাঁও,৩০মে’:–নগাঁও জিলাৰ ইটাচালি টাউন আৰক্ষী চকীৰ অন্তৰ্গত নগাঁও নৰ্মাল স্কুল চৌহদত অৱস্থিত অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত থকা আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰত এক চুৰিকাণ্ড সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । প্ৰাপ্ত বাতৰি মতে শাৰীৰিকভাৱে অসুস্থতাৰ হেতু দীৰ্ঘদিন কৰ্তব্যত উপস্থিত থাকিব নোৱাৰা আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰ টিত পূৰ্বে

কাঠমাণ্ডুৰ চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি গৌৰৱ কঢ়িয়ালে নগাঁৱৰ চিত্ৰশিল্পী লক্ষীপ্ৰভাই

কাঠমাণ্ডুৰ চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি গৌৰৱ কঢ়িয়ালে নগাঁৱৰ চিত্ৰশিল্পী লক্ষীপ্ৰভাই

নেপালৰ ৰাজধানী কাঠমাণ্ডুত অনুষ্ঠিত এক আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণকৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে যশস্বী চিত্ৰশিল্পী লক্ষীপ্ৰভা শইকীয়াই । চিত্ৰশিল্পী,আবৃত্তিকাৰ লক্ষীপ্ৰভাই আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনীখনত অংশগ্ৰহণ কৰি ভুয়সী প্ৰশংসা লাভ কৰি নগাঁও তথা অসমবাসীক গৌৰৱান্বিত কৰিছে । বিগত দিনবোৰত ভাৰতৰ বিভিন্ন ঠাইত চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা লক্ষীপ্ৰভাৰ এইখন প্ৰথম আন্তঃৰাষ্ট্ৰীয় চিত্ৰ

UPSC পৰীক্ষাত উজলিল অসমৰ দুই সন্তানসহ উত্তৰ-পূৱৰ মুঠ ৬ পৰীক্ষাৰ্থী

UPSC পৰীক্ষাত উজলিল অসমৰ দুই সন্তানসহ উত্তৰ-পূৱৰ মুঠ ৬ পৰীক্ষাৰ্থী

অৱশেষত ঘোষণা হ’ল কেন্দ্ৰীয় লোকসেৱা আয়োগ বা ইউ পি এছ চিৰ ফলাফল। অসমৰ দুগৰাকী পৰীক্ষাৰ্থীয়ে এই সন্মানীয় পৰীক্ষাত উত্তীৰ্ণ হৈছে। তেওঁলোক হৈছে ক্ৰমে শিল্পা খনিক আৰু দেৱজ্যোতি বৰ্মন। সৰ্বভাৰতীয় ৰেংক অনুসৰি শিল্পা খনিকৰে ৫০৬ নম্বৰত স্থান লাভ কৰাৰ বিপৰীতে ৬৩৯ নম্বৰত স্থান লাভ কৰিছে দেৱজ্যোতি বৰ্মনে। ইফালে, নাগালেণ্ডৰ দুগৰাকী পৰীক্ষাৰ্থীয়েও

UPSC CSE 2021: অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা; প্ৰথম চাৰিটা স্থানত মহিলা প্ৰাৰ্থী

UPSC CSE 2021: অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা; প্ৰথম চাৰিটা স্থানত মহিলা প্ৰাৰ্থী

আজি কেন্দ্ৰীয় লোকসেৱা আয়োগে ঘোষণা কৰিলে অসামৰিক সেৱা পৰীক্ষা ২০২১ৰ চূড়ান্ত ফলাফল। আজি আয়োগে জাৰি কৰা অসামৰিক সেৱা পৰীক্ষা ২০২১ৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে। ইউ পি এছ চি ২০২১ ৰ শীৰ্ষ চাৰিটা স্থানত মহিলা প্ৰাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে। সেই অনুসৰি প্ৰথম স্থান লাভ কৰিছে শ্ৰুতি শৰ্মাই (ৰোল নং ০৮০৩২৩৭)।

নগাঁৱৰ শেনচোৱাত কৃষি মেলা আৰু প্ৰদৰ্শনী সম্পন্ন,স্মৰণিকা “সৃজন” উন্মোচন

নগাঁৱৰ শেনচোৱাত কৃষি মেলা আৰু প্ৰদৰ্শনী সম্পন্ন,স্মৰণিকা “সৃজন” উন্মোচন

গ্ৰাম্য কৃষি-কৰ্ম অভিজ্ঞতা আচঁনি ২০২২ নগাঁও গোটৰ দ্বাৰা আৰু নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ তত্ত্বাৱধানত আজি নগাঁও জিলাৰ শেনচোৱাৰ অমৰ বৰকাকতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত এখনি কৃষি মেলাৰ অনুষ্ঠিত হৈ যায় । উক্ত কৃষিমেলাত উদ্ভিদ ৰোগ বিজ্ঞান বিভাগ,শস্য বিজ্ঞান বিভাগ,ভূমি বিজ্ঞান বিভাগ,সম্প্ৰসাৰণ শিক্ষা বিভাগ,পতংগ তত্ত্ব বিভাগ আদিকে ধৰি ১২ টা বিভাগৰ