Category: Assamese News

বিলাসীপাৰাত সদৌ অসম কোঁচ ৰাজবংশী ছাত্র সন্হাৰ অৱস্হান ধৰ্মঘট

বিলাসীপাৰাত সদৌ অসম কোঁচ ৰাজবংশী ছাত্র সন্হাৰ অৱস্হান ধৰ্মঘট

বিলাসীপাৰাত আজি সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই তিনি  ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।  পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবীত সংগঠনটোৱে বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ধৰ্মঘট কাৰ্যসূচী পালন কৰে। সদৌ পূৱ ধুবুৰী জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু সদৌ পূৱ ধুবুৰী কোচ ৰাজবংশী মহিলা সমিতিৰ যৌথ

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ:কাইলৈ নতুন মন্ত্ৰী ৰূপে শপত ল’ব জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ:কাইলৈ নতুন মন্ত্ৰী ৰূপে শপত ল’ব জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই

হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। কাইলৈ নতুন মন্ত্ৰী ৰূপে শপত ল’ব নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু আৰু হাফলঙৰ বিধায়ক নন্দিতা গাৰ্লোচাই।অসম চৰকাৰৰ জনসংযোগ বিভাগে এক প্ৰেছ বাৰ্তা যোগে দুয়োজন নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰিছে৷ সেই অনুসৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।কাইলৈ বিয়লি ৩

তালাপত আটছাৰ শ্বহীদ দিৱস উদযাপন

তালাপত আটছাৰ শ্বহীদ দিৱস উদযাপন

অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ তালাপ শাখা আৰু অসম চাহ জনজাতি মহিলা সমিতি চমুকৈ আটুৱাৰ তালাপ শাখাৰ উদ্যোগত তথা আটছাৰ টিপুক, খোবাং-গাখীৰভেটী, ডাঙৰী চাহবাগিচা,ছৈখোৱা,হাঁহখাটী আৰু শদিয়া উপশাখাৰ সহযোগত আজি ৩৪ত্বম শ্বহীদ দিৱস উদযাপন কৰা হয়। এই উদ্দেশ্যে আটছাৰ তালাপ শাখা কাৰ্যালয় প্ৰাঙ্গণত পুৱা আটছাৰ পতাকা উত্তোলন কৰে শাখাৰ

কামপুৰত ষ্টাৰমাৰ্ক লাভ কৰি মেট্ৰিকত উত্তীৰ্ণ হোৱা এজন ছাত্ৰৰ ঘৰত কান্দোনৰ ৰোল

কামপুৰত ষ্টাৰমাৰ্ক লাভ কৰি মেট্ৰিকত উত্তীৰ্ণ হোৱা এজন ছাত্ৰৰ ঘৰত কান্দোনৰ ৰোল

কামপুৰত দুটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ নম্বৰ লাভ কৰি মেট্ৰিকত উত্তীৰ্ণ হোৱা এজন ছাত্ৰৰ বাসগৃহত কান্দোনৰ ৰোলষ কিন্তু কিয়? কিয় দুখত ভাঙি পৰিছে দুৰ্ভগীয়া পিতৃ–মাতৃ? হিয়া ধাকুৰি কান্দিছে পিতৃ মাতৃয়ে৷ আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দুটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয় পাৰভিচ আহমেদ নামৰ

অখিল গগৈৰ পুত্ৰ নাচিকেতা উত্তীৰ্ণ হৈছে HSLC পৰীক্ষাত

অখিল গগৈৰ পুত্ৰ নাচিকেতা উত্তীৰ্ণ হৈছে HSLC পৰীক্ষাত

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ (Akhil Gogoi) পুত্ৰ নাচিকেতাও (Nachiketa) এইবাৰ অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত । অসম জাতীয় বিদ্যালয়ৰ পৰা এই পৰীক্ষাত অৱতীৰ্ণ হোৱা নাচিকেতা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। ৬৩ শতাংশ নম্বৰ লাভ কৰা নাচিকেতাই এটা বিষয়ত লেটাৰ নম্বৰো লাভ কৰিছে।