সমগ্ৰ বিশ্বৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল ভাৱে আজি বিলাসীপাৰাতো বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। বিলাসীপাৰা মহকুমাৰ বিভিন্ন চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, স্বাস্থ্য আৰু উপ স্বাস্থ্য কেন্দ্ৰ আদিত বৃক্ষৰোপণ কৰে বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামছুল হুদাই। বিধায়ক হুদাই ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মাছানেৰ আলগা হাইস্কুল চৌহদত বৃক্ষৰোপণ কৰাৰ লগতে
Category: Assamese News
বিশ্বৰ বিভিন্ন ঠাইৰ লগতে আজি সোণাৰিতো বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই উপলক্ষে সোণাৰিৰ শিশু চেমনীয়াৰ প্ৰতিভা বিকাশৰ অনুষ্ঠান পথিকৃৎ গোষ্ঠীৰ উদ্যোগত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া গোৱালাপথাৰ গাৱঁত আজি পুৱা এক বৃক্ষ ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। পথিকৃৎ গোষ্ঠীৰ বিষয়ববীয়া সকলৰ লগতে স্থানীয় সচেতন ৰাইজে গোৱালাপথাৰ মধ্য
নিউজ ব্যুৰ’,নগাঁও,৫ জুন:–মধ্য অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী ৰণাংগন প্ৰকাশনে অসমৰ সাহিত্য-সংস্কৃতি তথা সমাজ জীৱনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াই অহা বৰেণ্য ব্যক্তি একোজনক “ৰণাংগন সন্মান’’ প্ৰদান কৰি আহিছে ৷ এই বৰ্ষৰ “ৰণাংগন সন্মান’’ প্ৰদানৰ বাবে পাঁচজনীয়া নিৰ্বাচক মণ্ডলীয়ে অসমৰ ক্ৰীড়া জগত তথা তৰুণ প্ৰজন্মৰ আদৰ্শ স্বৰূপ অলিম্পিক ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লাভলীনা
আজি তিনিচুকীয়াত বিভিন্ন ঠাইত বিশ্ব পৰিৱেশ দিৱস ভিন ভিন কাৰ্জ্যসূচীৰে উদ্যাপন কৰা হয়। জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰাংগণত গছপুলি ৰোপণ কৰে তিনিচুকীয়া জিলা উপায়ুক্ত নৰসিং পৱাৰে। কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহৰ শিশুসকলৰ মাজত এক নিবিড় ভাবে জিলা মুখ্য ন্যায়িক দণ্ডাধীশ বিচিত্ৰা দত্তই পৰিবেশ সংৰক্ষণ মাজেৰে চিৰসেউজ পৃথিৱীৰ বিনন্দীয়া ৰূপক অপৰূপা কৰি তুলিবলৈ
বহুদিন বিৰতিৰ পিছত পুণৰাই গুলীৰ শব্দত ৰজনজনাই উঠিছে কোকৰাঝাৰ । কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰী থানাৰ অন্তৰ্গত নাৰাবাৰীত আজি নিশা প্ৰায় ৮:৩০ মান বজাত অচিনাক্ত দুৰ্ষ্কৃতিকাৰীৰ গুলীত এগৰাকী ব্যৱসায়ী গুৰুতৰভাৱে আহত হয় । আহত ব্যৱসায়ীগৰাকীক সুনীল মণ্ডল (৪০) বুলি জানিব পৰা গৈছে । গুৰুতৰভাৱে আহত সুনীল মণ্ডলক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ এখন