Advertisement

Category: Assamese News

অখিল গগৈৰ পুত্ৰ নাচিকেতা উত্তীৰ্ণ হৈছে HSLC পৰীক্ষাত

অখিল গগৈৰ পুত্ৰ নাচিকেতা উত্তীৰ্ণ হৈছে HSLC পৰীক্ষাত

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ (Akhil Gogoi) পুত্ৰ নাচিকেতাও (Nachiketa) এইবাৰ অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত । অসম জাতীয় বিদ্যালয়ৰ পৰা এই পৰীক্ষাত অৱতীৰ্ণ হোৱা নাচিকেতা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।

‘নতুন শিক্ষানীতিৰ জৰিয়তে মেট্ৰিক পৰীক্ষা ইতিহাস নহয়,আগৰ দৰেই অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা’

‘নতুন শিক্ষানীতিৰ জৰিয়তে মেট্ৰিক পৰীক্ষা ইতিহাস নহয়,আগৰ দৰেই অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা’

মঙলবাৰে ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ ডিফু চহৰত দেওবাৰে বিজেপি প্ৰাৰ্খীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল সন্দৰ্ভত মন্তব্য কৰে৷

নাজিৰা বালিকা বিদ্যালয়ত পাঠদান হৈ থকাৰ সময়তে হঠাৎ ঢলি পৰিল তিনিগৰাকীকৈ ছাত্ৰী

নাজিৰা বালিকা বিদ্যালয়ত পাঠদান হৈ থকাৰ সময়তে হঠাৎ ঢলি পৰিল তিনিগৰাকীকৈ ছাত্ৰী

শিৱসাগৰৰ নাজিৰা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অঘটন । পাঠদান হৈ থকাৰ সময়তে হঠাৎ ঢলি পৰিল তিনিগৰাকীকৈ ছাত্ৰী, ৰোগীৰ বাবে চিকিৎসালয়ত বিচনাৰ অভাৱ । ৰাজ্যত শাসকীয় চৰকাৰখনে উন্নয়ন আৰু বিকাশৰ মাজেৰে

আগন্তুক অম্বুবাচী মেলাৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা মন্ত্ৰী বিমল বৰাৰ

আগন্তুক অম্বুবাচী মেলাৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা মন্ত্ৰী বিমল বৰাৰ

দুবছৰীয়া সুদীৰ্ঘ অপেক্ষাৰ অন্তত, পৱিত্ৰ অম্বুবাচী মেলা অহা ২২-২৬ জুন, ২০২২ পৰ্যন্ত নীলাচলৰ নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত কামাখ্যা ধামত অনুষ্ঠিত হ’ব। আজি গুৱাহাটীত পৰ্যটন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আগন্তুক অম্বুবাচী

Slug: ওদালগুৰিৰ বিশ্ব পৰিৱেশ দিৱস ওপলক্ষে ৫০০০ গছপুলি ৰোপন বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

Slug: ওদালগুৰিৰ বিশ্ব পৰিৱেশ দিৱস ওপলক্ষে ৫০০০ গছপুলি ৰোপন বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

নোনাই সংৰক্ষিত বনাঞ্চলত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বন্যপ্ৰাণীৰ উপযোগী হোৱাকৈ ৫০০০ গছপুলি ৰোপণ| অনুস্থানত উপস্থিত বিধানসভাৰ অধ্যক্ষ তথা পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জীত