Category: Assamese News

‘নতুন শিক্ষানীতিৰ জৰিয়তে মেট্ৰিক পৰীক্ষা ইতিহাস নহয়,আগৰ দৰেই অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা’

‘নতুন শিক্ষানীতিৰ জৰিয়তে মেট্ৰিক পৰীক্ষা ইতিহাস নহয়,আগৰ দৰেই অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা’

মঙলবাৰে ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ ডিফু চহৰত দেওবাৰে বিজেপি প্ৰাৰ্খীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল সন্দৰ্ভত মন্তব্য কৰে৷ শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, ক’ভিড পৰিৱেশৰ পিছত হোৱা মেট্ৰিক পৰীক্ষাত আভ্যন্তৰীণ মূল্যায়নৰ ওপৰত নিৰ্ভৰ কৰি পৰীক্ষাৰ ফলাফল দিয়া হৈছিল ৷ ক’ভিডৰ

নাজিৰা বালিকা বিদ্যালয়ত পাঠদান হৈ থকাৰ সময়তে হঠাৎ ঢলি পৰিল তিনিগৰাকীকৈ ছাত্ৰী

নাজিৰা বালিকা বিদ্যালয়ত পাঠদান হৈ থকাৰ সময়তে হঠাৎ ঢলি পৰিল তিনিগৰাকীকৈ ছাত্ৰী

শিৱসাগৰৰ নাজিৰা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অঘটন । পাঠদান হৈ থকাৰ সময়তে হঠাৎ ঢলি পৰিল তিনিগৰাকীকৈ ছাত্ৰী, ৰোগীৰ বাবে চিকিৎসালয়ত বিচনাৰ অভাৱ । ৰাজ্যত শাসকীয় চৰকাৰখনে উন্নয়ন আৰু বিকাশৰ মাজেৰে আগুৱাই গৈছে । তাৰ মাজতে চিকিৎসা বিভাগৰ নমুনা চাওক । চৰকাৰ তথা চিকিৎসা বিভাগে চিকিৎসালয়ত ৰোগীৰ বাবে যাৱতীয় ভাৱে বিচনা

আগন্তুক অম্বুবাচী মেলাৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা মন্ত্ৰী বিমল বৰাৰ

আগন্তুক অম্বুবাচী মেলাৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা মন্ত্ৰী বিমল বৰাৰ

দুবছৰীয়া সুদীৰ্ঘ অপেক্ষাৰ অন্তত, পৱিত্ৰ অম্বুবাচী মেলা অহা ২২-২৬ জুন, ২০২২ পৰ্যন্ত নীলাচলৰ নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত কামাখ্যা ধামত অনুষ্ঠিত হ’ব। আজি গুৱাহাটীত পৰ্যটন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আগন্তুক অম্বুবাচী মেলাৰ প্ৰস্তুতিৰ সম্পৰ্কে পৰ্যালোচনা কৰে মন্ত্ৰী বিমল বৰাই । অনুষ্ঠানটো সৰ্বতোপ্ৰকাৰে সফল কৰিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা হাতত ল’বলৈ নিৰ্দেশ মন্ত্ৰী

Slug: ওদালগুৰিৰ বিশ্ব পৰিৱেশ দিৱস ওপলক্ষে ৫০০০ গছপুলি ৰোপন বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

Slug: ওদালগুৰিৰ বিশ্ব পৰিৱেশ দিৱস ওপলক্ষে ৫০০০ গছপুলি ৰোপন বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

নোনাই সংৰক্ষিত বনাঞ্চলত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বন্যপ্ৰাণীৰ উপযোগী হোৱাকৈ ৫০০০ গছপুলি ৰোপণ| অনুস্থানত উপস্থিত বিধানসভাৰ অধ্যক্ষ তথা পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁন্তী আৰু কাৰ্য্যবাহী সদস্য দিগন্ত বৰুৱা | মানুহৰ বাবে উপযোগী হোৱা গছ-পছনি ৰোপন নহয়, বন্যপ্ৰাণী বোৰৰ উপযোগী হোৱা গছপুলি ৰোপন

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মহানগৰীত গছপুলি বিতৰণ

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মহানগৰীত গছপুলি বিতৰণ

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে স্বেচ্ছাসেৱী সংগঠন ‘অনুপম জীৱন’ , ‘ জনস্বৰাজ’আৰু মহানগৰ জিলা সাংবাদিক সন্থাৰ উদ্যোগত মহানগৰীত কৰ্মৰত একাংশ সাংবাদিকে মহানগৰীত দেওবাৰে গছপুলি বিতৰণ কৰে৷