Category: Assamese News

হোজাইত পুনৰ এক কোটি টকাৰ ড্ৰাগছ উদ্ধাৰঃ ২০টা চাবোনৰ বাকচত আনিছিল এই সন্দেহজনক হেৰোইন

হোজাইত পুনৰ এক কোটি টকাৰ ড্ৰাগছ উদ্ধাৰঃ ২০টা চাবোনৰ বাকচত আনিছিল এই সন্দেহজনক হেৰোইন

  হোজাই আৰক্ষীয়ে পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে ।এই ড্ৰাগছসমূহ জব্দ কৰে হোজাইৰ ডবকাত। আৰক্ষীয়ে AS01 BX 6444 নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ পৰা ২০ টা চাবোনৰ বাকচত এই সন্দেহজনক হেৰোইন খিনি জব্দ কৰে ৷ জব্দ কৰা ড্ৰাগছখিনিৰ পৰিমাণ ২৪৮ গ্ৰাম। পূৰ্বতে জব্দ কৰা ড্ৰাগছসমূহ লৈ জব্দ কৰা ড্ৰাগছৰ আন্তঃৰাষ্ট্ৰীয়

জালুকবাৰী উৰণ সেতুত ফাট; দুর্ঘটনাৰ আশংকা

জালুকবাৰী উৰণ সেতুত ফাট; দুর্ঘটনাৰ আশংকা

জালুকবাৰী উৰণ সেতুত বৃহৎ ফাট মেলা পৰিলক্ষিত হৈছে৷ সদাব্যস্ত উৰণ সেতুত যিকোনো মুহূর্তত ভয়ংকৰ দুর্ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় লোকে৷ উৰণ সেতুৰ দেৱালত ফাট মেলাৰ লগতে উৰণ সেতুত বৃহৎ গাঁতৰ সৃষ্টি হৈছে৷ ফলত কামৰূপ মহানগৰ জিলা প্রশাসনে উৰণ সেতুৰ গাঁত হোৱা অংশত বেৰিকেট লগাই বন্ধ কৰি দিছে৷ যদিহে

১-২ জুনত সৰুসজাইত অনুষ্ঠিত হ’ব ৰাজ্যিক মাষ্টাৰছ এথলেটিক্‌ছ প্ৰতিযোগিতা

১-২ জুনত সৰুসজাইত অনুষ্ঠিত হ’ব ৰাজ্যিক মাষ্টাৰছ এথলেটিক্‌ছ প্ৰতিযোগিতা

অসম এথলেটিক্‌ছ সন্থাৰ উদ্যোগত অহা ১ আৰু ২ জুনত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰথম সংখ্যক ৰাজ্যিক মুকলি মাষ্টাৰ এথলেটিক্‌ছ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। পুৰুষ আৰু মহিলা উভয়ৰে ৩৫ বছৰ উৰ্ধ্বৰ পৰা ১০০ বছৰ উৰ্ধ্বৰ ১৪টা শাখাত খেলুৱৈসকলৰ বাবে মুকলি থকা প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে অংশগ্ৰহনৰ প্ৰক্ৰিয়া উদ্যোক্তাসকলে মুকলি কৰিছে। এই ৰাজ্যিক প্ৰতিযোগিতাৰ পৰা বাছনি

মৰিয়নিত আৰ্টিগা গাড়ীত   ওলাল চাৰি কোটি টকাৰ ড্ৰাগছ

মৰিয়নিত আৰ্টিগা গাড়ীত ওলাল চাৰি কোটি টকাৰ ড্ৰাগছ

মৰিয়নিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। মঙ্গলবাৰে মাজ নিশা তিতাবৰ মহকুমা আৰক্ষী বিষয়া মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি মৰিয়নিৰ শিলিখা চাহ বাগিচাত অভিযান চলাই এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।   চাহ বাগিচাৰ ১১ নম্বৰ লাইনত আৰক্ষী দলটোৱে অভিযান চলাই অজিত ওৰাং নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক

“লাল-সবুজেৰ ঝাৰখণ্ড, তখন আৰ এখন” উন্মোচন

“লাল-সবুজেৰ ঝাৰখণ্ড, তখন আৰ এখন” উন্মোচন

গুবাহাটী প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত ড০ ঊষাৰঞ্জন ভট্টাচাৰ্যৰ লগতে জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু আৰু মাইনী মহন্তই সুপৰ্ণা  লাহিৰীয়ে লিখা “লাল-সবুজেৰ ঝাৰখণ্ড, তখন আৰ এখন” শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে।