ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত কুমচাং আৰু তাৰা চাহ বাগিচা, শদিয়া সমষ্টিৰ ডাঙৰী আৰু লাইনা চাহ বাগিচা আৰু ডিগবৈ সমষ্টিৰ হাঁহচৰা আৰু চামদাং চাহ বাগিচাত নৱনিৰ্মিত চাহ বাগিচা চৰকাৰী আদৰ্শ বিদ্যালয় ৬ খন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । অসমৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষানে কুমচাং, তাৰা, লাইনা আৰু চামদাং-এই চাৰিখন চাহ
Category: Assamese News
বৃহস্পতিবাৰে গুৱাহাটীৰ শিলসাঁকো বিলতহৈ যোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে চিপিআই(এম) কামৰূপ মেট্ৰ’ৰ কৰ্মীসকলে চচ্ছলৰ ধৰ্ণা ক্ষেত্ৰত এক প্ৰতিবাদী কাৰ্যসূচী প্ৰদৰ্শন কৰে।
আজি বিয়লিৰ ভাগত ধুবুৰী আদালত চৌদদত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়। কেতিয়া নঘটা, নাভূত–নাশ্ৰুত ঘটনাৰ সূত্ৰপাত ঘটাই অকস্মাতে আদালতৰ বাৰান্দাত এগৰাকী আৰক্ষী বিষয়াৰে আদালতৰ একাংশ অধিবক্তাৰে দূৰ্বাদল কাজিয়াৰ আৰম্ভ হোৱা দেখা যায় । ধুবুৰী অধিবক্তা সন্থাৰ সম্পাদক আব্দুল চামাদে কৰা অভিযোগ অনুসৰি আজি ধুবুৰীৰ কলেজ নগৰ আৰক্ষীয়ে গৰুৰ চোৰাং বেহাৰ
নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চলচলি ব্ৰাহ্মণগাওঁস্থিত শ্ৰীশ্ৰী জগৰাল সত্রত বুধবাৰে নিশা তৃতীয়বাৰৰ বাবে অনুষ্ঠিত ভাওনা সমাৰোহ-২০২২ৰ অন্ত পৰে । অন্যান্য কাৰ্যসূচীৰ লগতে সন্ধিয়ালৈ শংখধ্বনি শিল্পী সমাজ, পুৰণিগুদামৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় ”কেলিগোপাল” নাটখনি । ইয়াৰ পিছতে পুৰণিগুদামৰ শ্ৰী শ্ৰী ব্ৰহ্মচাৰী সত্রৰ শিল্পী সমাজৰ দ্বাৰা মঞ্চস্হ কৰা হয় “ত্রিলোচন বিজয়”
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৮০শতাংশ অঞ্চল বৰ্তমান বানৰ কবলত পৰিছে ৷ বানপীড়িত লোকসকলক সাহায্য বিতৰণৰ উদ্দেশ্যে আজি নগাওঁ জিলাৰ বেবেজীয়াৰ নিকটৱৰ্তী তথা শালমৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ডিমৌ চাৰিআলিৰ একাংশ মহিলাই নিজৰ গাঁঠিৰ ধন খৰচ কৰি বানপীড়িত লোকসকলৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি সাহাৰ্য আগবঢ়ায় ।