Category: Assamese News

২৯ মে’ত নগাঁৱৰ মিলনপুৰত “আমাৰো বহুত সপোন আছে”

২৯ মে’ত নগাঁৱৰ মিলনপুৰত “আমাৰো বহুত সপোন আছে”

নগাঁও চহৰৰ সমীপৰ মিলনপুৰৰ “অকণিৰ মেল”ৰ উদ্যোগত অহা ২৯মে’ত(দেওবাৰে) দিনজোৰা কাৰ্যসূচীৰে এলানি সাহিত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । প্ৰতিযোগিতাখনি মিলনপুৰৰ খাগৰিজান নৈশ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব । “আমাৰো বহুত সপোন আছে” শীৰ্ষক প্ৰতিযোগিতাখনিত চিত্ৰাংকন,লিখিত কুইজ,অংকৰ দৌৰ,বানান লিখা আৰু আকস্মিক বক্তৃতা অন্তৰ্ভূক্ত কৰা হৈছে । চিত্ৰাংকন,বানান লিখা আৰু আকস্মিক বক্তৃতা

নগাঁৱৰ ৰহাত শিশু আৰু কামপুৰত কিশোৰীৰ শোকাবহ মৃত্যু

নগাঁৱৰ ৰহাত শিশু আৰু কামপুৰত কিশোৰীৰ শোকাবহ মৃত্যু

নগাঁও জিলাৰ ৰহা আৰু কামপুৰত সংঘটিত পৃথক শোকাবহ ঘটনাত দুটি শিশু আৰু এজনী কিশোৰীৰ মৃত্যু হয় । প্ৰাপ্ত বাতৰি মতে ৰহাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মাগুৰগাঁৱৰ দীঘলিডুবাত এজনী কিশোৰীয়ে দুগৰাকী লগৰীয়াৰ সৈতে নাওঁ চলাই বাঢ়নী পানী ওচৰৰে পৰা আনিবলৈ যাওতেই অঘটনটি সংঘটিত হয় । স্থানীয় ৰাইজে পিছত পানীৰ মাজৰ পৰা কিশোৰীগৰাকীৰ

লাহৰীঘাটৰ ধিঙৰআটি গাঁৱৰ তিনি সন্তানৰ পিতৃ তফাজ্জুল ইছলাম নামৰ লোকজন নিৰুদ্দেশ

লাহৰীঘাটৰ ধিঙৰআটি গাঁৱৰ তিনি সন্তানৰ পিতৃ তফাজ্জুল ইছলাম নামৰ লোকজন নিৰুদ্দেশ

লাহৰীঘাটৰ ধিঙৰআটি গাঁৱৰ তিনি সন্তানৰ পিতৃ তফাজ্জুল ইছলাম নামৰ লোকজন নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্র গাঁওখনতে। ঘটনাৰ বিৱৰণী মতে কৰ্মসূত্ৰে তফাজ্জুল ইছলাম নামৰ লোকজন গৈছিল হায়দৰাবাদলৈ, হায়দৰাবাদৰ ছেকেদ্দৰাবাদ প্লেটফৰ্মৰ পৰা যোৱা ২৫ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে লোকজন। লোকজন নিৰুদ্দেশ হোৱাৰ ঘটনাই শোকত ভাঙি পৰিছে পৰিয়ালবৰ্গ। ঘটনা সন্দৰ্ভত

সৰ্ব্বোচ্চ ৯৩.৮৩% শিক্ষাৰ্থীৰ উপস্থিতিৰে কপিলী শিক্ষ‍াখণ্ডত সামৰণি পৰিল গুণোৎসৱৰ

সৰ্ব্বোচ্চ ৯৩.৮৩% শিক্ষাৰ্থীৰ উপস্থিতিৰে কপিলী শিক্ষ‍াখণ্ডত সামৰণি পৰিল গুণোৎসৱৰ

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে দ্বিতীয় পৰ্যায়ত যোৱা ২৩ মে’ৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা গুণোৎসৱ কাৰ্যসূচীৰ মৰিগাঁও জিলাতো বৃহস্পতিবাৰে সফলতাৰে সামৰণি পৰে ৷ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে সামৰি বিদ্যালয়সমূহৰ গুণগত মান নিৰূপণৰ হেতু আয়োজিত এই গুণোৎসৱটি মৰিগাঁও জিলাৰ কপিলী শিক্ষাখণ্ডৰ সৰ্বমুঠ ৮১ খন শিক্ষানুষ্ঠানত সুচাৰুৰূপে অনুষ্ঠিত হয় ৷ গুণোৎসৱ উপলক্ষে

নগাঁৱৰ পুৰুষোত্তম আঞ্চলিকৰ ২৮ আৰু ২৯ মে’ত মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন

নগাঁৱৰ পুৰুষোত্তম আঞ্চলিকৰ ২৮ আৰু ২৯ মে’ত মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলাৰ পুৰুষোত্তম আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত,নিজ জাগীয়াল প্ৰাথমিক শাখাৰ আতিথ্যত আৰু নিকটৱৰ্তী প্ৰাথমিক শাখাৰ সহযোগত অহা ২৮ আৰু ২৯মে’ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নিজ জাগীয়াল বুঢ়া নামঘৰ আৰু কৃষ্টি বিকাশ কেন্দ্ৰত ৫৩৪ সংখ্যক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ দেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে । উদ্যোক্তাসকলে যুগুতাই উলিওৱা কাৰ্যসূচী