নগাঁও জিলাৰ চামগুৰি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদমাৰী আৰু কঁঠালগুৰিৰ সংযোগী মূল পথটো বিগত বহুদিন ধৰি বিধ্বস্ত হৈ পৰিছে । যাৰ ফলত আজি স্থানীয় ৰাইজে পথটো মেৰামতি বা পুনৰ নিৰ্মাণ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিগত বহু দিন ধৰি চামগুৰি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদমাৰী আৰু কঁঠালগুৰি সংযোগী গড়কাপ্তানী বিভাগৰ
Category: Assamese News
নগাঁও জিলা সাহিত্য সভাৰ আগন্তুক সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি বিশিষ্ট নাট্যকাৰ,অৱসৰপ্রাপ্ত শিক্ষয়িত্ৰী গুণদা গোস্বামীৰ ৰচিত “কিশোৰৰ নাটমালা” নামৰ এখনি নাট্যগ্ৰন্থ কালি নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী তোদী স্মৃতি ভৱনত উন্মোচন কৰা হয় । নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখনি
আগতীয়া বানে ৰাজ্য জুৰি ব্যাপক প্ৰভাৱ পেলোৱাৰ সময়তে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ বৰচাপৰি, ভজাইখাইতি গাঁৱত আৰম্ভ হৈছে গৰাখহনীয়াৰ তাণ্ডৱ। ফেনে-ফুটুকাৰে উফন্দি উঠিছে ব্ৰহ্মপুত্ৰৰ পানী। মানচিত্ৰৰ পৰা নাইকিয়া হ’ল ভজাইখাইতি গাঁও। মহাবাহু ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ কালৰূপৰ বাবে হাহাকাৰ লাগিছে মৈৰাবাৰী অঞ্চলত। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰাৰ লগতে গৰাখহনীয়াৰ তাণ্ডৱৰ ফলত হাহাকাৰ নামি
গুৱাহাটী মহানগৰীৰ শ্ব’পিং মল, চিনেমা হল আৰু বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানে পাৰ্কিঙৰ নামত মাচুল আদায় কৰাৰ বিৰুদ্ধে কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম।এতিয়াৰে পৰা পাৰ্কিং মাচুল আদায় কৰিব নোৱাৰিব ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহে।উল্লেখ্য যে, মহানগৰীৰ একাংশ শ্ব’পিং মল, চিনেমা হল আৰু বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানে তেওঁলোকৰ প্ৰতিষ্ঠানলৈ অহা লোকৰ পৰা বাহন পাৰ্কিং কৰাৰ বাবদ মাচুল
আৰক্ষী আৰু সাধাৰণ জনতাৰ মাজত কোনো পাৰ্থক্যই নোহোৱা হৈ গ’ল। জনতাই বেয়া কাম কৰিলে আৰক্ষীয়েও বেয়া কাম কৰিব লাগিব বুলি কোনো কথা নাই।’ -বটদ্ৰৱা কাণ্ডৰ পিছতে চলা উচ্ছেদ“ অভিযানক লৈ এই মন্তব্য বিধায়িকা শিৱামণি বৰাৰ। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি দেওবাৰে বটদ্ৰৱা কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে কংগ্ৰেছৰ বিধায়িকাগৰাকীয়ে। বটদ্ৰৱা