Category: Assamese News

অভিনেত্ৰী কিয়াৰা আদৱানীয়ে পৰিধান কৰিলে পকেট থকা লেহেংগা। অনুৰাগীৰ প্ৰশ্ন কি আছে পকেটৰ ভিতৰত?

অভিনেত্ৰী কিয়াৰা আদৱানীয়ে পৰিধান কৰিলে পকেট থকা লেহেংগা। অনুৰাগীৰ প্ৰশ্ন কি আছে পকেটৰ ভিতৰত?

তাইৰ সৌন্দৰ্য আৰু ষ্টাইলেৰে মূৰ ঘূৰাই দিব পাৰে আপোনাৰ, তাই জানে কেনেদৰে তাইৰ ফেশ্বন বিবৃতিৰ দ্বাৰা আমাক প্ৰভাৱিত কৰিব লাগে। শেহতীয়া ভাইৰেল ভিডিঅ’টোত, অভিনেত্ৰীগৰাকীক এখন ধুনীয়া লেহেঙ্গাত চিজলিং কৰা দেখা গৈছে।কিয়াৰাই জুগ জুগ জীয়ো ট্ৰেইলাৰ মুকলিত এটা ধুনীয়া লেহেঙ্গা বাছনি কৰিছিল। অৱশ্যে, যিটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল সেয়া হ’ল তাইৰ

বটদ্ৰৱা কাণ্ডৰ সৈতে জেহাদীও জড়িত হব পাৰে,আমি তদন্ত কৰিম পুংখানুপুংখভাৱে: জি পি সিং

বটদ্ৰৱা কাণ্ডৰ সৈতে জেহাদীও জড়িত হব পাৰে,আমি তদন্ত কৰিম পুংখানুপুংখভাৱে: জি পি সিং

বটদ্ৰৱাত উপস্থিত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক জি পি সিং। নগাঁও আৰক্ষী অধীক্ষকৰ পৰা ঘটনাৰ বুজ ল’লে জি পি সিঙে।দুৰ্বৃত্তই জ্বলাই দিয়া থানা খনো পৰিদৰ্শন কৰে জি পি সিঙে। ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক জি পি সিঙে।বটদ্ৰৱাত জি পি সিঙে কয়- ’বটদ্ৰৱা কাণ্ডৰ সৈতে জেহাদীও

মৰিয়নীত নগাৰ উপদ্ৰৱ৷

মৰিয়নীত নগাৰ উপদ্ৰৱ৷

নগা দুবৃৰ্ত্তৰ দলে বন্ধ কৰোৱালে অসমৰ M.G NREGA চৰকাৰী কাম৷ মৰিয়নীৰ ৬১ নং কাটনী গাঁও পঞ্চায়তৰ অন্তৰ্গত নাগাজাংকা উদয়পুৰত M.G NREGA ৰ ২০২১ আৰু ২০২২ বৰ্ষৰ অধীনত ভোগদৈ নদী লৈ যোৱা পথ মুকলি কৰি থকা সময়ত কাষৰীয়া নগা বস্তুিৰ পৰা অহা এদল নগা দুবৃত্তই কাম কৰি থকা শ্ৰমিকক কাম বন্ধ

নগাঁৱৰ চকলাঘাটত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ মাধৱদেৱ আৱিৰ্ভাৱ মহোৎসৱ উদযাপন

নগাঁৱৰ চকলাঘাটত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ মাধৱদেৱ আৱিৰ্ভাৱ মহোৎসৱ উদযাপন

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৫৩৪ সংখ্যক শ্ৰীশ্ৰী মাধৱদেৱ আৱিৰ্ভাৱ মহোৎসৱভাগ শ্ৰীমন্ত শঙ্কৰদেৱ আঞ্চলিক শাখাৰ আতিথ্য আৰু ব্যৱস্থাপনাত আজি চকলাঘাটত উদযাপন কৰা হয় ৷ এই উপলক্ষে জিলাখনৰ ১৯খন আঞ্চলিকৰ কেইবা সহস্ৰাধিক বাপ-বান্ধৱ,আইমাতৃৰ উপস্থিতিত উদুলিমুদুলি পৰিবেশত চকলাঘাট ৰাস মন্দিৰত অনুষ্ঠিত কাৰ্যসূচী অনুসৰি পুৱা প্ৰাতঃ প্ৰসংগ আৰু পৰিবেশ নিকাকৰণৰ অন্তত বৃক্ষৰোপণ

আঢ়ৈশ বছৰ গৰকা নগাঁৱৰ পূব জামুগুৰি নামঘৰৰ প্ৰতিষ্ঠা দিৱসত ভাগৱত পাঠ আৰু মহানামৰ সামৰণি

আঢ়ৈশ বছৰ গৰকা নগাঁৱৰ পূব জামুগুৰি নামঘৰৰ প্ৰতিষ্ঠা দিৱসত ভাগৱত পাঠ আৰু মহানামৰ সামৰণি

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ পূব জামুগুৰিৰ আঢ়ৈশ বছৰ গৰকা ঐতিহ্যমণ্ডিত পূব জামুগুৰি নামঘৰৰ দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ আজি সফলভাৱে সামৰণি পৰে । আজি দ্বিতীয় দিনা কাৰ্যসূচী অংশ হিচাপে পুৱা পৰিৱেশ নিকাকৰণ, প্ৰাতঃপ্ৰসংগ,খোল প্ৰসংগ আৰু নাম প্ৰসংগৰ পাছতে ভাগৱত পাঠৰ সামৰণি পৰে । ভাগৱত পাঠৰ অন্তত অনুষ্ঠিত হয় মহানাম