নগা দুবৃৰ্ত্তৰ দলে বন্ধ কৰোৱালে অসমৰ M.G NREGA চৰকাৰী কাম৷ মৰিয়নীৰ ৬১ নং কাটনী গাঁও পঞ্চায়তৰ অন্তৰ্গত নাগাজাংকা উদয়পুৰত M.G NREGA ৰ ২০২১ আৰু ২০২২ বৰ্ষৰ অধীনত ভোগদৈ নদী লৈ
Category: Assamese News
শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৫৩৪ সংখ্যক শ্ৰীশ্ৰী মাধৱদেৱ আৱিৰ্ভাৱ মহোৎসৱভাগ শ্ৰীমন্ত শঙ্কৰদেৱ আঞ্চলিক শাখাৰ আতিথ্য আৰু ব্যৱস্থাপনাত আজি চকলাঘাটত উদযাপন কৰা হয় ৷ এই উপলক্ষে জিলাখনৰ ১৯খন আঞ্চলিকৰ
নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ পূব জামুগুৰিৰ আঢ়ৈশ বছৰ গৰকা ঐতিহ্যমণ্ডিত পূব জামুগুৰি নামঘৰৰ দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ আজি সফলভাৱে সামৰণি পৰে । আজি দ্বিতীয় দিনা কাৰ্যসূচী অংশ হিচাপে
নগাঁও জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তত বান পৰিস্থিতি আজি নৱম দিনাও অপৰিবৰ্তিত অৱস্থাত আছে । সম্প্ৰতি অতি জটিল ৰূপ ধাৰণ কৰা নগাঁও সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণপাট, বৰক’লা,হাতীগড়,পমুৱৈ,তুলসীমুখ,দেউৰীগাঁও,শুকনিপোতা,ননৈকচুপিত, ৰাঙলুমুখ,নৈপাম,চকৰিগাঁও,বুঢ়াগোঁহাই আদৰ্শগাঁও আদিত নগাঁও
কপিলীৰ বাঢ়নী পানী হোজাই জিলাৰ লংকা আৰু হোজাই ৰাজহ চক্ৰত বান পৰিস্থিতি কিছু শাম কাটিছে যদিও এতিয়াও লংকা ৰাজহ চক্ৰত এতিয়াও এঘৰটা আৰু হোজাইত ২৯ টা আশ্ৰয় শিবিৰত প্ৰায় দহ